বিলুপ্ত হোৱাৰ পথত আৰু এটি ভাষা !
পৃথিৱীৰ পৰা হেৰাই যাবলৈ ওলাইছে আৰু এটি আদিম ভাষা, যাৰ নাম ‘ইয়াঘান’। এই ভাষা জনা অন্তিমজন ব্যক্তি ক্রিশ্চিয়ানাৰ বয়স এতিয়া...
পৃথিৱীৰ পৰা হেৰাই যাবলৈ ওলাইছে আৰু এটি আদিম ভাষা, যাৰ নাম ‘ইয়াঘান’। এই ভাষা জনা অন্তিমজন ব্যক্তি ক্রিশ্চিয়ানাৰ বয়স এতিয়া...
আগন্তুক বলীউড ছবি “৮৩” ত ৰণৱীৰ সিঙে ভাৰতৰ জনপ্ৰিয় ক্ৰিকেটাৰ কপিল দেৱৰ চৰিত্ৰ ৰূপায়ন কৰিছে। ছবিখনৰ বাবে অভিনেতা গৰাকীয়ে কেৱল...
ছবিগৃহত দৰ্শকৰ বৃহৎ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা ছবি “বালা” য়ে ইতিমধ্যে কোটি টকা অৰ্জনেৰে হিট ছবিত অন্তৰ্ভূক্তি লাভ কৰিছে।...
বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ বৰ্তমান ব্যস্ত তেওঁৰ আহিবলগীয়া ছবি “সূৰ্য়বংশী” ৰ শ্বুটিঙৰ সৈতে। ৰোহিত চেট্টীৰ দ্বাৰা নিৰ্মিত এই ছবিখনত...
“চেৰেক চেৰেক” শীৰ্ষক গীতটিৰ বহুল সফলতাৰ পিছত এইবাৰ দুই ভগ্নী ৰূপাংকৃতা আৰু অলংকৃতা আগবাঢ়িছে তেওঁলোকৰ আন এটি গীতৰ মুক্তিৰ দিশে।...
আপুনিও ফেশ্বনৰ প্ৰতি আকৰ্ষিত নেকি?? আপুনিও বিচাৰিছে নেকি আপোনাৰ “ফেশ্বন টেলেন্টক” সকলো ৰাইজৰ আগত প্ৰদৰ্শন কৰিবলৈ?? তেন্তে আৰু চিন্তাৰ কাৰণ...
অৰ্জুন কাপুৰ তথা সঞ্জয় দত্ত অভিনীত আহিবলগীয়া ছবি “পানীপত” ৰ ইতিমধ্যে মুক্তি কৰি দিয়া হৈছে ট্ৰেইলাৰ। ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ...
ৰণৱীৰ-কৰীণাৰ মাজত ভাতৃ-ভগ্নীৰ সম্পৰ্ক থাকিলেও তেওঁলোক দুয়োগৰাকীয়ে সদায় ইজনে আনজনক কথাৰ যোগেৰে জোকাই থকা দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও কৰীণাই...
অসমীয়া চলচিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামীক দেখিবলৈ পোৱা যাব নিউ লুকত। নিজক নতুন ৰূপত উপস্থাপনৰ উদ্দেশ্যে অভিনেত্ৰী গৰাকীয়ে আনিলে...
জনপ্ৰিয় গায়ক বেইজু বাৱৰৰ জীৱনৰ ওপৰত ছবি নিৰ্মাণৰ বাবে প্ৰস্তুত হৈ পৰিছে বলীউডৰ টপ পৰিচালক সঞ্জয় লীলা ভন্সালি। দীপাৱলীৰ এই...
© 2020 Assam Times Post.