ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
August 7, 2026
Reading Time: 1 min read
A A
0
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

RELATED POSTS

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

Pass away : ডিফুৰ বিদূষী তথা ধৰ্মপ্ৰাণ মহিলা ৰুকিয়া বেগমৰ দেহাৱসান

Tuliram Ranghang : তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ কাৰ্বি পাহাৰৰ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ

New Logo Smal | ASSAM TIMES POST

ডিফুত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে কাৰ্বি আংলং কুইজ মহোৎসৱ (Karbi Anglong Quize Festival)। শুকুৰবাৰে এই মহোৎসৱৰ শুভাৰম্ভণি কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবিয়ে। জিলাখনত ছাত্ৰ-ছাত্ৰী তথা নৱপ্ৰজন্মৰ মাজত জ্ঞান আৰু বৌদ্ধিক পৰিসৰ বৃদ্ধি তথা প্ৰতিযোগিতামূলক মনোভাব গঢ়ি তোলাৰ লক্ষ্যৰে এই মহোৎসৱৰ আয়োজন কৰা হৈছে।

karbi 1 | ASSAM TIMES POST
ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

“অসম গৌৰৱ” বিনং তেৰনৰ নেতৃত্বত ৭-৯ আগষ্টলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ডিফুৰ তাৰালাংছ’ পিপ’লছ হলত প্ৰথমবাৰৰ বাবে এই কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত জিলাখনৰ ৫০ খনৰো অধিক বিদ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে তেজপুৰ, গুৱাহাটী আদিৰ পৰাও ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: KarbiAnglongQuizeFestival
Share4Tweet3Send

Related Posts

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ
DIPHU

by News Desk
September 9, 2026
53
Pass away : ডিফুৰ বিদূষী তথা ধৰ্মপ্ৰাণ মহিলা ৰুকিয়া বেগমৰ দেহাৱসান
DIPHU

Pass away : ডিফুৰ বিদূষী তথা ধৰ্মপ্ৰাণ মহিলা ৰুকিয়া বেগমৰ দেহাৱসান

by News Desk
September 9, 2026
76
Tuliram Ranghang : তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ কাৰ্বি পাহাৰৰ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ
DIPHU

Tuliram Ranghang : তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ কাৰ্বি পাহাৰৰ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ

by News Desk
September 5, 2026
60
Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী
DIPHU

Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

by News Desk
September 3, 2026
55
Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং
DIPHU

Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং

by News Desk
August 20, 2026
76
Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল
DIPHU

Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

by News Desk
August 19, 2026
55
ADVERTISEMENT
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

September 11, 2026
50
DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ
National-International

Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ

Assam Times Post is an Online Assamese and English News Portal from Assam.

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

September 11, 2026
DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

September 11, 2026
Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

September 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d