ASSAM TIMES POST
ফ্ৰান্সলৈ আহক মৃত্যুৰ পথেৰে গতি কৰে যদি। এই পথটো দুটা দ্বীপক সংযোগ কৰিছে। মানুহ অহা-যোৱা কৰা সময়ত কেতিয়াবা আটলাণ্টিক মহাসাগৰত জোৱাৰ ভাটা অহাৰ ফলত পথটোত পানী অহাৰ ফলত বহুলোকৰ মৃত্যু হৈছে এতিয়ালৈকে। সেয়েহে ফ্ৰান্স চৰকাৰে আগ জাননী জনাৰ বাবে বহু ছেন্সৰ টাৱাৰ বহুৱাইছে। ফলত জোৱাৰ ভাটাৰ আগজাননী আগতীয়াকৈ পোৱা যায়।