নিউজ ডেস্কঃ
পুনৰ অসমত ১০ গৰাকীকৈ ক’ৰোণা আক্ৰান্তই প্ৰাণ হেৰুৱালে। ৰাজ্যত বৰ্তমানেও কমা নাই কৰোণাতংক; ক্ৰমশ বৃদ্ধি পাবলৈ ধৰিছে মৃত্যুৰ সংখ্যা। শেহতীয়াকৈ কৰা টুইটযোগে এই কথা জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। ক’ৰোণাত মৃত্যু হোৱা এই লোক কেইজন হৈছে ক্ৰমে গৌৰী গগৈ তিনিচুকীয়াৰ পৰা, বৃতেন্দ্ৰ দৈমাৰী কাৰ্বি আংলঙৰ পৰা, বিনায়ক প্ৰসাদ চৰফ, যোগেশ্বৰ গগৈ, কমল ৰঞ্জন ডেকা আৰু বিথি শৰ্মা কামৰূপ মেট্ৰো’ৰ পৰা।
My condolences to the bereaved families!
Om Shanti 🙏 pic.twitter.com/orX5RTaSG5
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) September 15, 2020
জ্যোতিষ তালুকদাৰ বৰপেটাৰ পৰা, মহাবীৰ প্ৰসাদ শৰ্মা নৰ্থ লখিমপুৰৰ পৰা, চন্দ্ৰ প্ৰভা দাস আৰু এলিজা বেগম ডিব্ৰুগড়ৰ পৰা। ইয়াকে লৈ ৰাজ্যত মৃতকৰ সংখ্যা হৈছে ৪৮৮ জন।