নিউজ ডেস্কঃ
অসম আৰক্ষীত ব্যাপক সালসলনি ঘটোৱা হৈছে৷ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষকক বদলি কৰা হৈছে৷ লখিমপুৰৰ এছপি ৰাজবীৰক বদলি৷ গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়লৈ বদলি কৰা হৈছে ৰাজবীৰক৷
ডিচিপি গৌতম বৰাক ডিচিপি (পূব) হিচাপে নিযুক্তি দিয়া হৈছে৷ হোজাইৰ এছপি অংকুৰ জৈনকো বদলি কৰা হৈছে৷