নিউজ ডেস্কঃ
নিশা লংকাত বন্যহস্তীৰ আক্ৰমণত এজন নিহত।
লামডিং বনাঞ্চলৰ মাজেদি যোৱা লংকা- লামডিং পথৰ মাজত লংকাজান বিট অফিচৰ পৰা এক কিলোমিটাৰ মান দুৰৈত এই অঘটন ।
নিহত লোকজন এজন অঘৰী,মানসিকভাৱে বাধাগ্ৰস্ত। ব্যক্তিজনৰ কোনো পৰিচয় নাই ।
পথৰ মাজত পৰি ৰোৱা ছিন্নভিন্ন মৃতদেহটো পাছত লামডিং আৰক্ষীয়ে লৈ যায় ।
লংকাৰ পৰা মনোজ কুমাৰ পাঠক ।