নিউজ ডেস্কঃ
ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিবৰ নাম ঘোষণা কৰা হৈছে। বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ স্থলাভিষিক্ত হ’ব জিষ্ণু বৰুৱা।
কাইলৈ অৱসৰ গ্ৰহণ কৰিব সঞ্জয় কৃষ্ণই। ৩১ অক্টোবৰতে দায়িত্বভাৰ গ্ৰহণ কৰিব জিষ্ণু বৰুৱাই।

© 2020 Assam Times Post. | Powered By Webx