নিউজ ডেস্কঃ
আমেৰিকাৰ ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্তোকৰা হ’ল পদ্মশ্ৰী বঁটা প্ৰাপক অৰণ্য মানৱ অসমৰ যাদৱ পায়েঙৰ নাম ৷ “দ্য ফৰেষ্ট মেন অফ্ ইণ্ডিয়া যাদৱ পায়েং” শিৰোনামেৰে সন্নিৱিষ্ট কৰা হয় পাঠটি ৷
যোৰহাট জিলাৰ মোলাই চাপৰিত বাস কৰা যাদৱ পায়েঙৰ নাম আমেৰিকাৰ পাঠ্যপুথিত সন্নিবিষ্টহহোৱা কথাই কেৱল অসমবাসীকে নহয় সমগ্ৰ ভাৰতবৰ্ষক গৌৰৱান্বিত কৰিছে ৷
আশা কৰা হৈছে যাদৱ পায়েঙৰ কাহিনীয়ে আমেৰিকাবাসীকো পৰিৱেশ ৰক্ষাৰ দিশে আকৰ্ষণ কৰিব ৷