ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

“মিডনাইট চং” প্ৰমো’ গীতৰ মুক্তিঃ বহুল শুভকামনাৰে মুক্তিৰ দিশত ছবিখন-

Staff Reporter by Staff Reporter
January 13, 2021
Reading Time: 2min read
0
“মিডনাইট চং” প্ৰমো’ গীতৰ মুক্তিঃ বহুল শুভকামনাৰে মুক্তিৰ দিশত ছবিখন-

অসমীয়া ছবিয়ে সঁচাকৈ পোহৰৰ মুখ দেখিবলৈ সক্ষম হৈছে! কথাষাৰ আচলতে আমি এনেই কয় দিয়া নাই; ইয়াৰ আঁৰতো আছে কেতবোৰ এনে কাৰণ যিয়ে প্ৰতিজন অসমীয়া মনোৰঞ্জনপ্ৰেমী শ্ৰোতাক উৎসাহিত কৰিছে। ক’ভিডৰ সন্ত্ৰাসৰ পিছতেই এখন অসমীয়া ছবিয়ে সাহস কৰি আগবাঢ়ি আহিছে অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকৰ মাজলৈ; হিন্দী ছবিৰ মুক্তিৰ খবৰ আমি শুনি আহিছো যদিও এইবাৰ এখন অসমীয়া ছবিৰ মুক্তিৰ খবৰে লগাইছে খলকনি। শেহতীয়াকৈ ছবিখনত অন্তৰ্ভূক্ত প্ৰমো’ গীতটিৰ মুকলি কৰা হৈছে গুৱাহাটীস্থিত কেইকো’ আল্ট্ৰা lounge ত। হাৰ্টথ্ৰৱ জুবিন গাৰ্গ তথা অভিনেত্ৰী মৃদুলা বৰুৱা, বিদ্যা ৰাও, কন্ঠশিল্পী জুবলি বৰুৱাৰ লগতে আন কেইবাগৰাকীও অসমীয়া চলচিত্ৰ জগতৰ গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত মুকলি কৰি দিয়া হয় ছবিখনৰ উক্ত গীতটিক। “শেষ হয় যেন আকাশ” শীৰ্ষক গীতটিক ক্ৰমে অসমীয়া আৰু ইংৰাজী দুটাকৈ ভাষাত বাণীবদ্ধ কৰা হৈছে। ইংৰাজী অংশৰ কথা-সুৰ আৰু কন্ঠ হলীউডৰ শিল্পী মেগন ৰ’জ স্কটৰ; আনহাতে অসমীয়া অংশত কথা দিছে ৰাজদ্বীপে আৰু ইয়াত কন্ঠদান কৰিছে জুবলী বৰুৱাই। মেগন ৰ’জ স্কটে প্ৰেৰণ কৰা বাৰ্তাত তেওঁ নিজেও উল্লেখ কৰিছে যে তেওঁ ছবিখনৰ নায়িকা গৰাকীক মন গহ্বৰত ৰাখি এই গীতটিক প্ৰস্তুত কৰি উলিয়াইছে। মুঠ ১০ টা দিনত দৃশ্যগ্ৰহণ সম্পন্ন কৰা এই ছবিখনে ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছে চৰ্চা তথা ২২ টাতকৈ অধিক সন্মান।

RELATED POSTS

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

"মিডনাইট চং" প্ৰমো' গীতৰ মুক্তিঃ বহুল শুভকামনাৰে মুক্তিৰ দিশত ছবিখন- 2

অহা ২৯ জানুৱাৰী তাৰিখৰ পৰা ঘৰুৱা দৰ্শকৰ সমুখত মুক্তি পাবলগীয়া এই ছবিখনে অসমৰ মুঠ ৮ টাকৈ স্ক্ৰীণত লাভ কৰিব মুক্তি। ক’ৰোণা পৰিস্থিতিৰ কিছু সাম কটা পিছত অসমীয়া ছবিৰ নকৈ উত্তৰণৰ দিশত যথেষ্ট ইন্ধন যোগাব “মিডনাইট চং” ছবিখনে। অৰুণজিৎ বৰাৰ দ্বাৰা পৰিচালিত তথা অপৰাজিতা ভূঞাৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত মুঠ তিনিগৰাকীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছে। সেইকেইজন ক্ৰমে ৰূপম চেতিয়া, কল্পনা কলিতা আৰু মনোজ বৰকটকীয়ে। ছবিখনৰ চাউণ্ড ডিজাইন কৰিছে দেৱজিৎ চাংমাইয়ে। প্ৰযোজক অপৰাজিতা ভূঞা তথা অৰুণজিৎ বৰাৰ ছবিখন মুক্তিৰ ক্ষেত্ৰত একমাত্ৰ এটাই কাৰণ অন্তৰ্নিহিত হৈ আছে আৰু সেয়া হৈছে যে সম্প্ৰতি পৰিস্থিতিত একোখন ছবিক মুক্তি দিবলৈ একাংশই ভয় খোৱাটো একেবাৰেই সাধাৰণ কথা; গতিকে এনেক্ষেত্ৰত প্ৰত্যেককে উৎসাহ দিবলৈ ৰাইজৰ মাজত ছবিখনক উলিয়াই দিয়া হ’ব।

"মিডনাইট চং" প্ৰমো' গীতৰ মুক্তিঃ বহুল শুভকামনাৰে মুক্তিৰ দিশত ছবিখন- 3

ছবিখনৰ প্ৰচাৰৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিব বুলি সোধাত পৰিচালক অৰুণজিৎ বৰাই কয় যে, “বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি ঠাইয়ে ঠাইয়ে গৈ প্ৰচাৰ চলোৱাটো সম্ভৱ নহয় বাবেই আমাৰ এই ছবিখনৰ প্ৰচাৰৰ ক্ষেত্ৰত মূল অস্ত্ৰ হ’ব চচিয়েল মিডিয়া।”

SOURCE:https://rupaliparda.com/archives/23388

ADVERTISEMENT

Like this:

Like Loading...

Related

Share4Tweet3Send
Staff Reporter

Staff Reporter

Related Posts

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে
ALL NEWS

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

by News Desk
January 19, 2021
50
ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা
ALL NEWS

ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

by News Desk
January 19, 2021
51
৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!
ALL NEWS

৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

by News Desk
January 19, 2021
52
ডিফুত মুখ্যমন্ত্রীৰ নববর্ষৰ উপহাৰ প্রদান
ALL NEWS

ডিফুত মুখ্যমন্ত্রীৰ নববর্ষৰ উপহাৰ প্রদান

by News Desk
January 19, 2021
87
খ্যাতনামা ফটোগ্রাফাৰ দীনেশ চৌধুৰী আৰু নাই
ALL NEWS

খ্যাতনামা ফটোগ্রাফাৰ দীনেশ চৌধুৰী আৰু নাই

by News Desk
January 19, 2021
51
দেওপানীৰ বৰডেকা-লাংমিলি নিৰজা ক্ষেত্ৰ সাজু
ALL NEWS

দেওপানীৰ বৰডেকা-লাংমিলি নিৰজা ক্ষেত্ৰ সাজু

by News Desk
January 19, 2021
71
covid-19 widget
506675
Total views : 1872555
Who's Online : 7
পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

January 19, 2021
ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

January 19, 2021
৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

January 19, 2021

Categories

ALL NEWS (10102) Assam (7172) BREAKING NEWS (3268) Business (14) Economy (28) Editorial (7) EDUCATION-TECHNOLOGY (21) Entertainment (329) Entertrainment (207) EXCLUSIVE (121) Fashion (8) Featured (11) Features (20) Guwahati (1349) Health & Fitness (227) Jobs & Career (3) KARBI ANGLONG (1108) Lifestyle (19) literature (16) National-International (1830) NORTH-EAST (347) Novel (3) Photo (4) Poem (9) Political (60) Recipes (5) Sports (153) Story (3) Tech (5) Travel (6) Uncategorized (13) Video (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTH-EAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: