ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সিংঘু সীমান্তত ট্ৰাককেই ঘৰ বনাই ল’লে জলন্ধৰৰ এক কৃষকে

Staff Reporter by Staff Reporter
January 13, 2021
Reading Time: 1min read
0
সিংঘু সীমান্তত ট্ৰাককেই ঘৰ বনাই ল’লে জলন্ধৰৰ এক কৃষকে

RELATED POSTS

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

নিউজ ডেস্কঃ

২ ডিচেম্বৰত তেওঁ দিল্লীলৈ আহিছিল প্রতিবাদী কৃষকসকলক সংগ দিবলৈ। নিজৰ ঘৰৰ কথা খুব মনত পৰিছিল। সেয়ে অভিনব এক উপায় উলিয়ায় তেওঁ। নিজৰ ট্রাকখনকেই ঘৰৰ ৰূপ দিয়ে জলন্ধৰৰ কৃষক হৰপ্রীত সিং মাট্টুই। কি নাই সেই অস্থায়ী ঘৰটোত!‌ খাট, চোফা, টিভি, মোবাইলত চার্জ দিয়া ব্যৱস্থা। আনকি সৰু এটা শৌচালয়ো আছে তাত।

তেওঁ কয়, ‘‌আমাৰ ককা আমেৰিকাত থাকে। তেওঁ কৃষকসকলৰ ওচৰত থাকিবলৈ কয়। সেয়ে কাম-কাজ এৰি গুচি আহিছোঁ।’‌ তেওঁৰ লগত আহিছে পত্নী, সন্তানসহ আৰু প্রায় ৮০ জন লোক। 

মাট্টুই জনোৱা মতে, চাৰি–পাঁচখন ট্রাক লগত লৈ আহিছিল। সমগ্ৰ দিন বিক্ষোভস্থলীত থাকি নিশা হোটেলত শুবলৈ গৈছিল। তাত গৈ ঘৰৰ কথা মনত পৰি কিবা লাগে। সেয়ে এই বুদ্ধি। মাত্র ডেৰ দিনত নিজৰ এখন ট্রাকক ঘৰলৈ ৰূপান্তৰিত কৰে মাট্টুই। 

কেৱল বিক্ষোভেই নহয়, কেণ্টিনো চলায় তেওঁ। নাম গুৰুদ্বাৰ চাহিব ৰিভাৰছাইড কেলিফোর্নিয়া কেণ্টিন সেৱা। সমগ্ৰ দিন ধৰি কৃষকসকলক চাহ, পকোড়া আদি বিলায়। দৈনিক প্ৰায় ১০ হাজাৰ লোকক এই ‘‌সেৱা’‌ প্ৰদান কৰে মাট্টুহতে। সপৰিয়ালে ৰান্ধে আৰু সহায় কৰে কৰ্মচাৰীসকলেও। 

ADVERTISEMENT

Like this:

Like Loading...

Related

Share4Tweet3Send
Staff Reporter

Staff Reporter

Related Posts

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে
ALL NEWS

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

by News Desk
January 19, 2021
50
ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা
ALL NEWS

ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

by News Desk
January 19, 2021
51
৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!
ALL NEWS

৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

by News Desk
January 19, 2021
52
ডিফুত মুখ্যমন্ত্রীৰ নববর্ষৰ উপহাৰ প্রদান
ALL NEWS

ডিফুত মুখ্যমন্ত্রীৰ নববর্ষৰ উপহাৰ প্রদান

by News Desk
January 19, 2021
82
খ্যাতনামা ফটোগ্রাফাৰ দীনেশ চৌধুৰী আৰু নাই
ALL NEWS

খ্যাতনামা ফটোগ্রাফাৰ দীনেশ চৌধুৰী আৰু নাই

by News Desk
January 19, 2021
51
দেওপানীৰ বৰডেকা-লাংমিলি নিৰজা ক্ষেত্ৰ সাজু
ALL NEWS

দেওপানীৰ বৰডেকা-লাংমিলি নিৰজা ক্ষেত্ৰ সাজু

by News Desk
January 19, 2021
68
covid-19 widget
506652
Total views : 1872323
Who's Online : 11
পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

January 19, 2021
ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

January 19, 2021
৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

January 19, 2021

Categories

ALL NEWS (10102) Assam (7172) BREAKING NEWS (3268) Business (14) Economy (28) Editorial (7) EDUCATION-TECHNOLOGY (21) Entertainment (329) Entertrainment (207) EXCLUSIVE (121) Fashion (8) Featured (11) Features (20) Guwahati (1349) Health & Fitness (227) Jobs & Career (3) KARBI ANGLONG (1108) Lifestyle (19) literature (16) National-International (1830) NORTH-EAST (347) Novel (3) Photo (4) Poem (9) Political (60) Recipes (5) Sports (153) Story (3) Tech (5) Travel (6) Uncategorized (13) Video (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTH-EAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: