ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কৰিমগঞ্জত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনাঃ ঠিকাদাৰক প্ৰাণে মৰাৰ চেষ্টা

Staff Reporter by Staff Reporter
February 23, 2021
Reading Time: 1min read
0
কৰিমগঞ্জত সংঘটিত হৈছে  এক লোমহৰ্ষক ঘটনাঃ ঠিকাদাৰক প্ৰাণে মৰাৰ চেষ্টা


নিউজ ডেস্কঃ

RELATED POSTS

এখন হোষ্টেলতে ২২৯ জন আক্রান্ত ! মহাৰাষ্ট্ৰত ৪ মাহ পিছত পুনৰ ৮ হাজাৰ সংক্রমণ

প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

এমাহত তিনিবাৰত ১০০ টকা ! মাজনিশা পুনৰ বাঢ়িল ৰন্ধন গেছৰ মূল্য

কৰিমগঞ্জৰ Settlement ত এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছে। নিজ বাসগৃহত সোমাই এজন ঠিকাদাৰক দূষ্কৃতি কাৰীয়ে প্ৰাণে মৰাৰ চেষ্টা কৰে আৰু ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে দূষ্কৃতিকাৰীটো। স্থানীয় ৰাইজে ঠিকাদাৰ গৰাকীক অতি সংকট জনক অৱস্থাত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও উক্ত চিকিৎসালয় খনৰ কৰ্তৃপক্ষই উন্নত চিকিৎসাৰ বাবে তেওঁক প্ৰেৰণ কৰে শিলচৰ মেডিকেল কলেজলৈ।

কিন্তু এইখিনিতে ঘটে আন এক অঘটন; শিলচৰ মেডিকেল কলেজলৈ লৈ যাবলৈ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত নাছিল এখনো এম্বুলেন্স। ব্যক্তিগত এম্বুলেন্স উপস্থিত আছিল যদিও তাত চালক নথকাৰ ফলত সেই হাস্পাতালতেই ৰোগীৰ সৈতে আত্মীয়সকলে এক দীঘলীয়া সময় অপেক্ষা কৰিবলগীয়া হয়। এম্বুলেন্স নথকাৰ ফলতেই আত্মীয়ই তাত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে আৰু কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ ওপৰত নিজ ক্ষোভ ব্যক্ত কৰি এম্বুলেঞ্চ ভঙাৰ চেষ্টা কৰে। পিছলৈ এখন ব্যক্তিগত বাহন লৈ ৰোগীক প্ৰেৰণ কৰা হয় শিলচৰ মেডিকেল কলেজত। আনহাতে, ঠিকাদাৰক হত্যা কৰিবলৈ অহা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

ADVERTISEMENT

Like this:

Like Loading...

Related

Share4Tweet3Send
Staff Reporter

Staff Reporter

Related Posts

ভাৰতত প্ৰথমবাৰ দক্ষিণ আফ্ৰিকা-ব্ৰাজিলীয় প্ৰজাতিৰ কৰোনাৰ সন্ধান লাভ
ALL NEWS

এখন হোষ্টেলতে ২২৯ জন আক্রান্ত ! মহাৰাষ্ট্ৰত ৪ মাহ পিছত পুনৰ ৮ হাজাৰ সংক্রমণ

by Staff Reporter
February 25, 2021
51
প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই
ALL NEWS

প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

by Staff Reporter
February 25, 2021
52
বিনামূল্যে লাভ কৰিব গেছ চিলিণ্ডাৰ
ALL NEWS

এমাহত তিনিবাৰত ১০০ টকা ! মাজনিশা পুনৰ বাঢ়িল ৰন্ধন গেছৰ মূল্য

by Staff Reporter
February 25, 2021
52
অকলশৰীয়া ব্যক্তিৰ বাবে পৃথক মন্ত্ৰালয় খুলিলে জাপানে
ALL NEWS

অকলশৰীয়া ব্যক্তিৰ বাবে পৃথক মন্ত্ৰালয় খুলিলে জাপানে

by Staff Reporter
February 25, 2021
51
২৭ ফেব্ৰুৱাৰীত মুক্তি লাভ বহু প্ৰশংসনীয় “মায়া বাইদেউ”-
ALL NEWS

২৭ ফেব্ৰুৱাৰীত মুক্তি লাভ বহু প্ৰশংসনীয় “মায়া বাইদেউ”-

by Staff Reporter
February 25, 2021
51
২০২১ চনত মুক্তি লাভ নকৰে শ্বাহৰুখ খানৰ “পঠান”-
ALL NEWS

২০২১ চনত মুক্তি লাভ নকৰে শ্বাহৰুখ খানৰ “পঠান”-

by Staff Reporter
February 25, 2021
52
covid-19 widget
521174
Total views : 2009774
Who's Online : 7
ভাৰতত প্ৰথমবাৰ দক্ষিণ আফ্ৰিকা-ব্ৰাজিলীয় প্ৰজাতিৰ কৰোনাৰ সন্ধান লাভ

এখন হোষ্টেলতে ২২৯ জন আক্রান্ত ! মহাৰাষ্ট্ৰত ৪ মাহ পিছত পুনৰ ৮ হাজাৰ সংক্রমণ

February 25, 2021
প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

February 25, 2021
বিনামূল্যে লাভ কৰিব গেছ চিলিণ্ডাৰ

এমাহত তিনিবাৰত ১০০ টকা ! মাজনিশা পুনৰ বাঢ়িল ৰন্ধন গেছৰ মূল্য

February 25, 2021

Categories

ALL NEWS (10755) Assam (7587) BREAKING NEWS (3538) Business (14) Economy (29) Editorial (7) EDUCATION-TECHNOLOGY (23) Entertainment (330) Entertrainment (207) EXCLUSIVE (121) Fashion (8) Featured (14) Features (23) Guwahati (1393) Health & Fitness (259) Jobs & Career (4) KARBI ANGLONG (1192) Lifestyle (19) literature (16) National-International (1955) NORTH-EAST (352) Novel (3) Photo (4) Poem (9) Political (60) Recipes (5) Sports (159) Story (3) Tech (5) Travel (6) Uncategorized (13) Video (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTH-EAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: