ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পুনৰ ১০ হাজাৰলৈ নামিল দেশৰ দৈনিক সংক্রমণ

Staff Reporter by Staff Reporter
February 23, 2021
Reading Time: 1min read
0
কৰ’না আক্ৰান্ত যুৱকৰ মুক্ত বিচৰণক লৈ নগাঁৱত আতংক :  নগাঁৱত চিকিৎসক সহ নতুনকৈ আক্ৰান্ত ৫৮জন

RELATED POSTS

এখন হোষ্টেলতে ২২৯ জন আক্রান্ত ! মহাৰাষ্ট্ৰত ৪ মাহ পিছত পুনৰ ৮ হাজাৰ সংক্রমণ

প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

এমাহত তিনিবাৰত ১০০ টকা ! মাজনিশা পুনৰ বাঢ়িল ৰন্ধন গেছৰ মূল্য

নিউজ ডেস্কঃ

কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ১০ হাজাৰ ৫৮৪ জন। ইয়াকে লৈ মুঠ আক্রান্ত হ’ল ১ কোটি ১০ লক্ষ ১৬ হাজাৰ ৪৩৪ জন। মুঠ আক্রান্তৰ হিচাবত বিশ্বত প্রথম স্থানত থকা আমেৰিকাত এতিয়ালৈকে আক্রান্ত হৈছে ২ কোটি ৮১ লক্ষ। তৃতীয় স্থানত থকা ব্রাজিলত মুঠ আক্রান্ত ১ কোটি পাৰ হৈছে।

আনহাতে, দেশত মুঠ মৃত্যুৰ সংখ্যা হৈছে ১ লক্ষ ৫৬ হাজাৰ ৪৬৩ জন। ইয়াৰ ভিতৰত ৫১ হাজাৰ ৮০৬ জনৰ মৃত্যু হৈছে কেৱল মহাৰাষ্ট্রতেই। কর্নাটক আৰু তামিলনাডুত মুঠ মৃত্যু ১২ হাজাৰৰো বেছি। দিল্লী,পশ্চিমবঙ্গতো ১০ হাজাৰ অতিক্ৰম কৰিছে।

ইতিমধ্যে দেশত ১ কোটি ৭ লক্ষ ১২ হাজাৰ ৬৬৫ জন সুস্থ হৈছে। বিগত ২৪ ঘণ্টাত সুস্থ হৈছে ১৩ হাজাৰ ২৫৫ জন। দেশৰ মুঠ আক্রান্তৰ ৯৭.২৫ শতাংশই সুস্থ হৈছে। বিগত ২৪ ঘণ্টাত সংক্রমণ হাৰ ১.৫৬ শতাংশ। কৰোনা পৰীক্ষা হৈছে ৬ লক্ষ ৭৮ হাজাৰ ৬৮৫ জনৰ।

ADVERTISEMENT

Like this:

Like Loading...

Related

Share4Tweet3Send
Staff Reporter

Staff Reporter

Related Posts

ভাৰতত প্ৰথমবাৰ দক্ষিণ আফ্ৰিকা-ব্ৰাজিলীয় প্ৰজাতিৰ কৰোনাৰ সন্ধান লাভ
ALL NEWS

এখন হোষ্টেলতে ২২৯ জন আক্রান্ত ! মহাৰাষ্ট্ৰত ৪ মাহ পিছত পুনৰ ৮ হাজাৰ সংক্রমণ

by Staff Reporter
February 25, 2021
51
প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই
ALL NEWS

প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

by Staff Reporter
February 25, 2021
52
বিনামূল্যে লাভ কৰিব গেছ চিলিণ্ডাৰ
ALL NEWS

এমাহত তিনিবাৰত ১০০ টকা ! মাজনিশা পুনৰ বাঢ়িল ৰন্ধন গেছৰ মূল্য

by Staff Reporter
February 25, 2021
52
অকলশৰীয়া ব্যক্তিৰ বাবে পৃথক মন্ত্ৰালয় খুলিলে জাপানে
ALL NEWS

অকলশৰীয়া ব্যক্তিৰ বাবে পৃথক মন্ত্ৰালয় খুলিলে জাপানে

by Staff Reporter
February 25, 2021
51
২৭ ফেব্ৰুৱাৰীত মুক্তি লাভ বহু প্ৰশংসনীয় “মায়া বাইদেউ”-
ALL NEWS

২৭ ফেব্ৰুৱাৰীত মুক্তি লাভ বহু প্ৰশংসনীয় “মায়া বাইদেউ”-

by Staff Reporter
February 25, 2021
51
২০২১ চনত মুক্তি লাভ নকৰে শ্বাহৰুখ খানৰ “পঠান”-
ALL NEWS

২০২১ চনত মুক্তি লাভ নকৰে শ্বাহৰুখ খানৰ “পঠান”-

by Staff Reporter
February 25, 2021
52
covid-19 widget
521183
Total views : 2009837
Who's Online : 11
ভাৰতত প্ৰথমবাৰ দক্ষিণ আফ্ৰিকা-ব্ৰাজিলীয় প্ৰজাতিৰ কৰোনাৰ সন্ধান লাভ

এখন হোষ্টেলতে ২২৯ জন আক্রান্ত ! মহাৰাষ্ট্ৰত ৪ মাহ পিছত পুনৰ ৮ হাজাৰ সংক্রমণ

February 25, 2021
প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

February 25, 2021
বিনামূল্যে লাভ কৰিব গেছ চিলিণ্ডাৰ

এমাহত তিনিবাৰত ১০০ টকা ! মাজনিশা পুনৰ বাঢ়িল ৰন্ধন গেছৰ মূল্য

February 25, 2021

Categories

ALL NEWS (10755) Assam (7587) BREAKING NEWS (3538) Business (14) Economy (29) Editorial (7) EDUCATION-TECHNOLOGY (23) Entertainment (330) Entertrainment (207) EXCLUSIVE (121) Fashion (8) Featured (14) Features (23) Guwahati (1393) Health & Fitness (259) Jobs & Career (4) KARBI ANGLONG (1192) Lifestyle (19) literature (16) National-International (1955) NORTH-EAST (352) Novel (3) Photo (4) Poem (9) Political (60) Recipes (5) Sports (159) Story (3) Tech (5) Travel (6) Uncategorized (13) Video (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTH-EAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: