ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অকলশৰীয়া ব্যক্তিৰ বাবে পৃথক মন্ত্ৰালয় খুলিলে জাপানে

Staff Reporter by Staff Reporter
February 25, 2021
Reading Time: 1 min read
0
অকলশৰীয়া ব্যক্তিৰ বাবে পৃথক মন্ত্ৰালয় খুলিলে জাপানে

RELATED POSTS

লংকাৰ পিপল পুখুৰীত দূৰ্ঘটনাঃ নিহত ১

নুমলীগড়ৰ এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তিৰ অভিলেখঃ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ আগমনঃ

অসমত আকৌ ৪০৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ:

নিউজ ডেস্কঃ

কৰোনাৰ ফলত আত্মহত্যাৰ হাৰ বৃদ্ধি পোৱা বুলি সমীক্ষাত প্ৰকাশ পাইছে। দীর্ঘদিন লকডাউনৰ কাৰণে বিশ্ব অর্থনীতি মুখ থেকেচা খাই পৰাত হতাশা বাঢ়িছে বহুতৰে। চাকৰি হেৰুৱাইছে বহু লোকে। তাৰ উপৰি দিন ভিক্ষা প্ৰাণ ৰক্ষা কৰাসকলৰ দুর্দশাতো আছেই। গৱেষণাই কৈছে, ইয়াৰ কাৰণে আৰু ইমান দিন গৃহবন্দী হৈ থকাত অৱসাদগ্রস্ত হৈ পৰিছে বহু লোক।

সঠিক সহায়তাৰ অভাৱত আত্মহত্যাৰ দিশে মানুহ আগবাঢ়িছে। সেয়ে তেনে ব্যক্তিসকলক সঠিক সহায়ৰ বাবে
ব্রিটেইনৰ পিছত এইবাৰ জাপানৰ প্রধানমন্ত্রী ইয়োচিহিদে ছুগাই একাকীত্ব মন্ত্ৰালয়ৰ কথা ঘোষণা কৰে। দেশৰ প্রথম একাকীত্ব মন্ত্রী হয় তেতছুচি ছাকামোতো। জাপানৰ এই উদ্যোগক সাধুবাদ জনাইছে দেশ-বিদেশৰ মানুহে।

আধুনিক যুগত ব্যস্ততা বঢ়াৰ লগে লগে মানুহৰ অকলশৰীয়া অৰ্থাৎ একাকীত্ব আৰু অৱসাদত ভোগাৰ হাৰ বৃদ্ধি পাইছে বুলি জনাইছে মনোবিদসকলে। গৱেষণা মতে, ১১ বছৰৰ ভিতৰত কৰোনা পৰিস্থিতিত আত্মহত্যাৰ হাৰ কেইবাগুণো বাঢ়িছে জাপানত। এই প্রসঙ্গত তেতছুচি ছাকামোতোই কয়, “অৱসাদ, একাকীত্ব আঁতৰাবলৈ যিধৰণৰ প্রয়োজনীয় পদক্ষেপ লোৱাটো জৰুৰী, সেই সকলো ব্যৱস্থা অতি শীঘ্ৰেই কৰা হ’ব।”

The Ultimate Managed Hosting Platform
ADVERTISEMENT

Like this:

Like Loading...

Related

Share4Tweet3Send
Staff Reporter

Staff Reporter

Related Posts

লংকাৰ পিপল পুখুৰীত দূৰ্ঘটনাঃ নিহত ১
ALL NEWS

লংকাৰ পিপল পুখুৰীত দূৰ্ঘটনাঃ নিহত ১

by ASSAM TIMES POST
April 11, 2021
50
নুমলীগড়ৰ এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তিৰ অভিলেখঃ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ আগমনঃ
ALL NEWS

নুমলীগড়ৰ এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তিৰ অভিলেখঃ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ আগমনঃ

by ASSAM TIMES POST
April 11, 2021
50
অসমত আকৌ ৪০৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ:
ALL NEWS

অসমত আকৌ ৪০৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ:

by ASSAM TIMES POST
April 11, 2021
54
বেংকৰ ব্যক্তিগতকৰণ, ৰঙালী বিহুৰ দিনাই লোৱা হ’ব চূড়ান্ত সিদ্ধান্ত !
ALL NEWS

বেংকৰ ব্যক্তিগতকৰণ, ৰঙালী বিহুৰ দিনাই লোৱা হ’ব চূড়ান্ত সিদ্ধান্ত !

by ASSAM TIMES POST
April 11, 2021
57
স্বাস্থ্য : ক’ৰোনা টীকা ল’বলৈ যোৱাৰ আগে-পিছে কি খাব-কি নাখাব জানেনে?
ALL NEWS

স্বাস্থ্য : ক’ৰোনা টীকা ল’বলৈ যোৱাৰ আগে-পিছে কি খাব-কি নাখাব জানেনে?

by ASSAM TIMES POST
April 11, 2021
57
ক’ৰনা দ্ৰুত বৃদ্ধি: কামৰূপ(ম) মাক্স পিন্ধাটো শীঘ্ৰে কৰা হব বাধ্যতামূলক- উপায়ুক্ত
ALL NEWS

ক’ৰনা দ্ৰুত বৃদ্ধি: কামৰূপ(ম) মাক্স পিন্ধাটো শীঘ্ৰে কৰা হব বাধ্যতামূলক- উপায়ুক্ত

by Staff Reporter
April 10, 2021
56
covid-19 widget
539273
Total views : 2183788
Who's Online : 12
লংকাৰ পিপল পুখুৰীত দূৰ্ঘটনাঃ নিহত ১

লংকাৰ পিপল পুখুৰীত দূৰ্ঘটনাঃ নিহত ১

April 11, 2021
নুমলীগড়ৰ এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তিৰ অভিলেখঃ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ আগমনঃ

নুমলীগড়ৰ এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তিৰ অভিলেখঃ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ আগমনঃ

April 11, 2021
অসমত আকৌ ৪০৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ:

অসমত আকৌ ৪০৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ:

April 11, 2021

Categories

ALL NEWS (11540) Assam (8051) BREAKING NEWS (3858) Business (15) Economy (30) Editorial (7) EDUCATION-TECHNOLOGY (24) Entertainment (332) Entertrainment (210) EXCLUSIVE (121) Fashion (8) Featured (14) Features (25) Guwahati (1429) Health & Fitness (293) Jobs & Career (4) KARBI ANGLONG (1283) Lifestyle (19) literature (16) National-International (2125) NORTH-EAST (359) Novel (3) Photo (4) Poem (9) Political (60) Recipes (5) Sports (160) Story (3) Tech (5) Travel (6) Uncategorized (13) Video (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTH-EAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: