নিউজ ডেস্কঃ
উত্তৰ-পূবৰ প্ৰথমখন ৰাজ্য হিচাপে নাগালেণ্ডত ঘোষণা কৰা হৈছে সম্পূৰ্ণ লকডাউন৷ কোভিডৰ শেহতীয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নাগালেণ্ড চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰকাশ৷ সেই অনুযায়ী অহা ১৪ মে’ৰ সন্ধিয়া ৬ বজাৰ পৰা কাৰ্যকৰী হ’ব লকডাউন৷ ২১ মে’ পৰ্যন্ত বাহাল থাকিব লকডাউন৷