নিউজ ডেস্কঃ
হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফল ঘোষণা।ৰাজ্যত উৰ্ত্তীণ হাৰ ৯৩.১৭শতাংশ।
প্ৰথম বিভাগত উৰ্ত্তীণ ৮৮হাজাৰ ৫২১জন। দ্বিতীয় বিভাগত ১লাখ ৬০হাজাৰ ২৯৮জন আৰু তৃতীয় বিভাগত ১লাখ ৪৮ হাজাৰ ৩১৩ গৰাকীৰ উৰ্ত্তীণ হৈছে।
পৰীক্ষাত মুঠ অৱৰ্তীন ৪ লাখ ২৬ হাজাৰ ৫৫৩জন।ছাত্ৰী ২লাখ ২৮ হাজাৰ ৯৮৮গৰাকী।ছাত্ৰ ১লাখ ৯৭হাজাৰ ৫৬৫গৰাকী।
আনহাতে ছাত্ৰ উৰ্ত্তীণ হাৰ ৯৩.৩৪ শতাংশ বিপৰীতে ছাত্ৰী উৰ্ত্তীণ ৯২.৯০ শতাংশ।
গুৰুত্বপূৰ্ণ কথা ২০২০ বৰ্ষত উৰ্ত্তীণ হাৰ আছিল ৬৪.৮০ শতাংশ।
উল্লেখ যে ২৬ গৰাকী ছাত্ৰ-ছাত্ৰী ৰিজাল্ট উইথেল কৰি ৰখা হৈছে।