ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাজানৰ সৰ্ববৃহৎ ড্ৰাগছৰ ঘটি উৎখাত :৫ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ সহ আটক ড্ৰাগছ মাফিয়া

News Desk by News Desk
January 12, 2022
Reading Time: 1 min read
0

New Logo Very Smal | ASSAM TIMES POST

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু : কাৰবি আংলঙৰ বোকাজান মহকুমাত ড্ৰাগছৰ বিৰুদ্ধে বুধবাৰে এক অভিযান চলাই এখন ড্ৰাগছৰ ঘাটি উৎখাৎ কৰাৰ লগতে এটা দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ সক্ষম হয় ৷ কালি মহকুমাটোত প্ৰায় আঠ কোটি টকাৰ নিষিদ্ধ হেৰইন সহ এটা সৰবৰাহকাৰীক আটক কৰাৰ পিছত আজি পুণৰ এলেকাটোত ড্ৰাগছৰ ঘাটি উৎখাত কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

ADVERTISEMENT

আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি উক্ত ড্ৰাগছ মাফিয়াটোৱে আৰক্ষীৰ চকুত ধুলিদি এলেকাটোত বহু দিন ধৰি চলাই গৈছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা । বাবা হাজৰিকা নামৰ লোকজনৰ ওপৰত বহু দিন ধৰি নজৰত ৰাখিছিল কাৰ্বি আংলং আৰক্ষীয়ে ।

অৱশেষত আৰক্ষীৰ জালত পৰিল বোকাজানৰ কুখ্যাত ড্ৰাগছ মাফিয়া বাবা হাজৰিকা । অতি চতুৰালিৰে বহু দিনৰ পৰা অতি কৌশলেৰে মণিপুৰৰ পৰা ড্ৰাগছ আনি প্ৰেৰণ কৰি আহিছিল ৰাজ্যৰ বিভিন্ন স্থান তথা বহিঃ ৰাজ্যলৈ ।

কাৰ্বি আংলং আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে নিজৰ নজৰত ৰাখিছিল কুখ্যাত ড্ৰাগছ মাফিয়া বাবা হাজৰিকাক আৰু অৱশেষত আজি পুৱতি নিশা ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ মাফিয়াটোক । প্ৰাপ্ত খবৰ অনুসৰি আৰক্ষীয়ে আজি পুৱতি নিশা বাবা হাজৰিকাৰ বিলাসী অট্টালিকাৰ চৌহদত এখন দাম্পাৰ প্ৰৱেশ কৰা প্ৰত্যক্ষ কৰে৷ উক্ত দাম্পাৰতে আনিছিল ৬০তা চাবোনৰ বাকচত প্রায় ৮০০গ্ৰাম হেৰ’ইন ।

আৰক্ষীয়ে মাফিয়াটোৰ ঘৰত তালাচী চলাই বিভিন্ন অন্য আপত্তিজনক সামগ্ৰী যেনে বনৰীয়া জীৱ জন্তুৰ ছাল , দাঁত আদিও উদ্ধাৰ কৰিছে ।
লগতে আৰক্ষীয়ে এখন ফৰচোনৰ , এখন ক্রেতা আৰু এখন দাম্পাৰো জব্দ কৰিছে ।

ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্রায় ৫কোটি হব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । উল্লেখ যোগ্যযে কাৰবি আংলং-নাগালেণ্ড সীমাৱৰ্তী এলেকা বোকাজান মহকুমাৰ লাহৰিজান, খটখটী, ডিলাই আদি এলেকাত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কাৰবি আংলং আৰক্ষীয়ে সদায় সষ্টম হৈ থকাৰ পিছতো ড্ৰাগছ মাফিয়া সকলে এলেকাটোত চলাই গৈছে অবৈধ ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷অৱশ্যে কাৰবি আংলং আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী সকলৰ সকলো কু অভিসন্দি প্ৰতিহত কৰি আহিছে ৷

ADVERTISEMENT
https://assamtimespost.com/wp-content/uploads/2022/01/WhatsApp-Video-2022-01-12-at-5.41.19-PM.mp4

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে কয়যে, বাবা হাজৰিকাৰ ওপৰত আৰক্ষীৰ সন্দেহ আছিল আৰু কেইবাবাৰো তেওঁক কৰায়ত্ব কৰাৰ চেষ্টা কৰিছিল যদিও আজিহে তেওক ৰঙা হাতত কৰায়ত্ব কৰিবলৈ আৰক্ষী সক্ষম হ’ল৷ বাবা হাজৰিকাই ড্ৰাগচৰ অবৈধ ব্যৱসায়ৰ জৰিয়তে সম্পত্তি গঢ়িছে বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ 

RELATED POSTS

তীব্ৰ বিত্তীয় সঙ্কটৰ মাজতে দুসপ্তাহ পিছত শ্রীলঙ্কাত জৰুৰী অৱস্থা প্রত্যাহাৰ

উত্তাল সমুদ্রত ১,৫২৬ কোটিৰ ড্ৰাগছ উদ্ধাৰ উপকূলৰক্ষী বাহিনীৰ

বানত বিধ্বস্ত অসমত ভেটি-মাটি হেৰুৱাই ৰে’ললাইনত আশ্ৰয় ৫০০ পৰিয়ালৰ!

উক্ত অভিযানৰ নেতৃত্ব দিয়ে বোকাজানৰ এছডিপিঅ’ জন দাস, সহযোগ কৰে বোকাজানৰ অ’চি এমডব্লিক ব্ৰহ্ম, খটখটিৰ অ’চি ৰাজু দুৱৰা, চিআৰপিএফৰ চি২০ কেম্পৰ এএছচিঅ’এম ৰবি গিল, বোকাজান এপিআৰজি কেম্প আৰু বোকাজান আৰক্ষী থানা আৰু খটখটি আৰক্ষী থানাৰ আৰক্ষী-জোৱানসকলে।

Like this:

Like Loading...

Related

Tags: karbi anglong
Share8Tweet5Send

Related Posts

তীব্ৰ বিত্তীয় সঙ্কটৰ মাজতে দুসপ্তাহ পিছত শ্রীলঙ্কাত জৰুৰী অৱস্থা প্রত্যাহাৰ
National-International

তীব্ৰ বিত্তীয় সঙ্কটৰ মাজতে দুসপ্তাহ পিছত শ্রীলঙ্কাত জৰুৰী অৱস্থা প্রত্যাহাৰ

by News Desk
May 21, 2022
50
উত্তাল সমুদ্রত ১,৫২৬ কোটিৰ ড্ৰাগছ উদ্ধাৰ উপকূলৰক্ষী বাহিনীৰ
National-International

উত্তাল সমুদ্রত ১,৫২৬ কোটিৰ ড্ৰাগছ উদ্ধাৰ উপকূলৰক্ষী বাহিনীৰ

by News Desk
May 21, 2022
50
বানত বিধ্বস্ত অসমত ভেটি-মাটি হেৰুৱাই ৰে’ললাইনত আশ্ৰয় ৫০০ পৰিয়ালৰ!
Assam

বানত বিধ্বস্ত অসমত ভেটি-মাটি হেৰুৱাই ৰে’ললাইনত আশ্ৰয় ৫০০ পৰিয়ালৰ!

by News Desk
May 21, 2022
50
মাঙ্কিপক্সত আক্রান্তৰ সংখ্যা দুগুণ বৃদ্ধি! উদ্বেগ বৃদ্ধি ব্রিটেইনত
National-International

মাঙ্কিপক্সত আক্রান্তৰ সংখ্যা দুগুণ বৃদ্ধি! উদ্বেগ বৃদ্ধি ব্রিটেইনত

by News Desk
May 21, 2022
50
৯০০ কোটিৰ নির্মীয়মাণ সংসদ ভৱনত হঠাৎ অগ্নিকাণ্ড
National-International

৯০০ কোটিৰ নির্মীয়মাণ সংসদ ভৱনত হঠাৎ অগ্নিকাণ্ড

by News Desk
May 21, 2022
50
ডিফুত পৰিষদীয় নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা : বঞ্চিত প্ৰাৰ্থীৰ সমৰ্থকৰ ক্ষোভ
KARBI ANGLONG

ডিফুত পৰিষদীয় নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা : বঞ্চিত প্ৰাৰ্থীৰ সমৰ্থকৰ ক্ষোভ

by News Desk
May 20, 2022
57
ADVERTISEMENT
তীব্ৰ বিত্তীয় সঙ্কটৰ মাজতে দুসপ্তাহ পিছত শ্রীলঙ্কাত জৰুৰী অৱস্থা প্রত্যাহাৰ
National-International

তীব্ৰ বিত্তীয় সঙ্কটৰ মাজতে দুসপ্তাহ পিছত শ্রীলঙ্কাত জৰুৰী অৱস্থা প্রত্যাহাৰ

May 21, 2022
50
উত্তাল সমুদ্রত ১,৫২৬ কোটিৰ ড্ৰাগছ উদ্ধাৰ উপকূলৰক্ষী বাহিনীৰ
National-International

উত্তাল সমুদ্রত ১,৫২৬ কোটিৰ ড্ৰাগছ উদ্ধাৰ উপকূলৰক্ষী বাহিনীৰ

May 21, 2022
50
বানত বিধ্বস্ত অসমত ভেটি-মাটি হেৰুৱাই ৰে’ললাইনত আশ্ৰয় ৫০০ পৰিয়ালৰ!
Assam

বানত বিধ্বস্ত অসমত ভেটি-মাটি হেৰুৱাই ৰে’ললাইনত আশ্ৰয় ৫০০ পৰিয়ালৰ!

May 21, 2022
50
মাঙ্কিপক্সত আক্রান্তৰ সংখ্যা দুগুণ বৃদ্ধি! উদ্বেগ বৃদ্ধি ব্রিটেইনত
National-International

মাঙ্কিপক্সত আক্রান্তৰ সংখ্যা দুগুণ বৃদ্ধি! উদ্বেগ বৃদ্ধি ব্রিটেইনত

May 21, 2022
50
773900
Total views : 4454073
Who's Online : 22
তীব্ৰ বিত্তীয় সঙ্কটৰ মাজতে দুসপ্তাহ পিছত শ্রীলঙ্কাত জৰুৰী অৱস্থা প্রত্যাহাৰ

তীব্ৰ বিত্তীয় সঙ্কটৰ মাজতে দুসপ্তাহ পিছত শ্রীলঙ্কাত জৰুৰী অৱস্থা প্রত্যাহাৰ

May 21, 2022
উত্তাল সমুদ্রত ১,৫২৬ কোটিৰ ড্ৰাগছ উদ্ধাৰ উপকূলৰক্ষী বাহিনীৰ

উত্তাল সমুদ্রত ১,৫২৬ কোটিৰ ড্ৰাগছ উদ্ধাৰ উপকূলৰক্ষী বাহিনীৰ

May 21, 2022
বানত বিধ্বস্ত অসমত ভেটি-মাটি হেৰুৱাই ৰে’ললাইনত আশ্ৰয় ৫০০ পৰিয়ালৰ!

বানত বিধ্বস্ত অসমত ভেটি-মাটি হেৰুৱাই ৰে’ললাইনত আশ্ৰয় ৫০০ পৰিয়ালৰ!

May 21, 2022

Categories

ALL NEWS (17144) Assam (11674) BREAKING NEWS (6428) Business (23) Economy (44) Editorial (10) EDUCATION AND TECHNOLOGY (51) Entertainment (469) Entertrainment (240) EXCLUSIVE (122) Fashion (8) Featured (17) Features (26) Guwahati (1711) Health & Fitness (579) Jobs & Career (5) KARBI ANGLONG (1964) Lifestyle (23) literature (16) National-International (3326) NORTHEAST (417) Novels (3) Photo (4) Poems (9) Political (63) Recipes (5) Sports News (279) Stories (4) Tech (7) Travel (6) Uncategorized (14) Video News (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: