Singer Gayatri Hazarika dies : সৰা পাতে পাতে ফাগুণ নামে.. শীৰ্ষক জনপ্ৰিয় গানৰ কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই
জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ দেহাৱসান। কেইবাটাও কালজয়ী গানেৰে শ্ৰোতাৰ পৰা সমাদৰ লাভ কৰা কণ্ঠশিল্পীগৰাকীৰ শুকুৰবাৰে মৃত্যু হয়। শুকুৰবাৰে দিনৰ ২.১৫ ...








