৩০টা অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ I তালিকাত ডায়েবেটিচ, হৃদৰোগ ঔষধো অন্তৰ্ভুক্ত
নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে (এনপিপিএ) বজাৰত ৩০ টা ঔষধৰ খুচুৰা মূল্য নিৰ্ধাৰণ কৰিছে। এই তালিকাত হৃদৰোগৰ ঔষধৰ পৰা এণ্টিবায়টিক, ডায়েবেটিচৰ ...







