Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত
জম্মু-কাশ্মীৰৰ পহেলগামত সংঘটিত আক্ৰমণৰ (Pahalgam attack) পৰিসৰ আৰু অধিক বৃদ্ধি কৰিছে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই। এইবাৰ তদন্তৰ আওতালৈ আহিছে গাজাৰ সশস্ত্ৰ ...







