Bhargavastra I পোখৰাণত ‘ভাৰ্গবাস্ত্ৰ’ৰ সফল উৎক্ষেপণ, শত্ৰু দেশৰ ড্ৰোনত আক্ৰমণ কৰিবলৈ সাজু মাইক্ৰ’ মিছাইল
ৰাজস্থানৰ পোখৰাণত ভাৰতৰ ‘ভাৰ্গবাস্ত্ৰ’ৰ (Bhargavastra) সফল পৰীক্ষা। যোৱা শুকুৰবাৰৰ পৰা মঙলবাৰলৈ পোখৰাণ ফিল্ড ফায়াৰিং ৰেঞ্জত ‘ভাৰ্গবাস্ত্ৰ’ৰ পৰীক্ষামূলক উৎক্ষেপণ কৰা হয়। ...






