Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ
ব্ৰিগেড পেৰেড খেলপথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব আৰু বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ উপস্থিতিত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ...







