৩৫০০ কিলোমিটাৰ দূৰত্বৰ বেলিষ্টিক পাৰমাণৱিক ক্ষেপণাস্ত্ৰ, ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত আইএনএছ ‘অৰিদমন’
ভাৰতীয় নৌসেনাৰ তৃতীয়খন পাৰমাণৱিক সশস্ত্ৰ ছাবমেৰিন ভাৰতীয় নৌসেনাৰ অস্ত্ৰাগাৰত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুকুৰবাৰে বিশাখাপট্টনমৰ পূব নৌ ...







