সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ
জম্মু আৰু কাশ্মীৰত পুলৱামাৰ দৰে সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা৷ এইবাৰ তালাচী অভিযানৰ সময়ত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ এটা গোপন আশ্ৰয় ...







