ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং
ডিফু ২১ জুনঃ ডিফুৰ ছাৰছিং টেৰন লাংকুং হাবে বহুমুখী ক্ৰীড়া কমপ্লেক্সত দেওবাৰে "স্বাস্থ্যকৰ বয়স বৃদ্ধিৰ বাবে যোগ" শীৰ্ষক বিষয়বস্তুৰে দ্বাদশ ...







