![]()
যুৱতীগৰাকীয়ে নিজৰ ইচ্ছামতে বিয়া পাতিছিল। কিন্তু সেই দৰা পিতৃৰ পছন্দৰ নাছিল। গতিকে কন্যাক দ্বিতীয়বাৰৰ বাবে বিয়া পাতিবলৈ বাধ্য কৰা বুলি অভিযোগ উত্থাপন হৈছে। কিন্তু যুৱতীগৰাকীয়ে দ্বিতীয় স্বামীৰ হাতত ৰাখী বান্ধি পলাই যায় (Forced to remarry, Rajasthan woman ties rakhi on second husband)।












