ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Cyclone Biparjay I গুজৰাটত বিপর্যয় : ১৫০ কি:মি: বেগত বলিব ধুমুহা, ১৯৫ খন ৰে’লৰ সেৱা বাতিল

নিউজ ডেস্কঃ

News Desk by News Desk
June 14, 2023
Reading Time: 1 min read
A A
0
Cyclone Biparjay I গুজৰাটত বিপর্যয় : ১৫০ কি:মি: বেগত বলিব ধুমুহা, ১৯৫ খন ৰে’লৰ সেৱা বাতিল

RELATED POSTS

FlyDubai case : দুখন বিমানৰ সংঘৰ্ষকে ধৰি ৯/১১ শৈলীৰ আক্ৰমণৰ পৰিকল্পনা কৰিছিল, ফ্লাইডুবাইৰ সহ-পাইলটৰ প্ৰকাশ

CEC case : গণ ভোটাধিকাৰ বঞ্চনাৰ বিষয়টো স্বেচ্ছাচাৰী, ইয়াৰ বিৰুদ্ধে কোনো যুক্তি গ্ৰহণযোগ্য নহয়, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

গুজৰাট আৰু পাকিস্তানৰ (Gujaraj & Pakistan) মধ্যৱর্তী উপকূলৰ ওপৰেদি বৃহস্পতিবাৰে সন্ধ্যা ১৫০ কি:মি: বেগেৰে বলিব ধুমুহা (Storm will hit at a speed of 150 km)। সেই সময়ত ঘূৰ্ণিবতাহ ‘বিপর্যয়’ (Cyclone Biparjay) স্থলভাগত প্রবেশ কৰিব আৰু উত্তৰ দিশে অগ্রসৰ হ’ব বুলি জনাইছে বতৰ বিজ্ঞান বিভাগে। ঘূর্ণিবতাহৰ প্রভাৱত গুজৰাটসহ দেশৰ পশ্চিম উপকূলত ইতিমধ্যে সমুদ্র উত্তাল হৈ উঠিছে। আৰম্ভ হৈছে প্ৰবল বৰষুণ। উপকূলীয় অঞ্চলবোৰত বহু ক্ষয়-ক্ষতিৰ আশঙ্কা কৰা হৈছে। বহু এলেকাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে।

গুজৰাট
গুজৰাটত বিপর্যয়:

‘বিপর্যয়’ৰ ফলত গুজৰাটৰ উপকূলীয় অঞ্চলত বহু ৰে’ল বাতিল কৰা হৈছে। বৃহস্পতিবাৰ পর্যন্ত গুজৰাটগামী অথবা গুজৰাটৰ পৰা ৰাওনা হ’বলগা ৯৫ খন ৰে’ল বাতিল কৰা হৈছে। বহু ৰে’লৰ গতিপথ সংক্ষিপ্ত কৰিছে পশ্চিম ৰে’লৱেয়ে। ইয়াৰ ফলত যাত্রীসকলৰ হাৰাশাস্তি হৈছে। গুজৰাটত ধুমুহাৰ তাণ্ডৱত ব্যাহত হৈছে যোগাযোগ ব্যৱস্থাও।

বিগত দুদিনত উপকূলীয় অঞ্চলৰ পৰা ৩৭ হাজাৰোধিক লোকক নিৰাপদ স্থানলৈ আঁতৰাই নিয়া হৈছে। গুজৰাটৰ উপকূলত মোতায়েন কৰা হৈছে ৰাষ্ট্ৰীয় বিপর্যয় মোকাবিলা বাহিনীৰ ১৭টা দল আৰু ৰাজ্যিক বিপর্যয় মোকাবিলা বাহিনীৰ ১২ টা দল। যুদ্ধকালীন তৎপৰতাত তেওঁলোকে উদ্ধাৰকাৰ্য চলাইছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ধুমুহা
Share4Tweet3Send

Related Posts

FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ
National-International

FlyDubai case : দুখন বিমানৰ সংঘৰ্ষকে ধৰি ৯/১১ শৈলীৰ আক্ৰমণৰ পৰিকল্পনা কৰিছিল, ফ্লাইডুবাইৰ সহ-পাইলটৰ প্ৰকাশ

by News Desk
October 5, 2026
50
CEC case : গণ ভোটাধিকাৰ বঞ্চনাৰ বিষয়টো স্বেচ্ছাচাৰী, ইয়াৰ বিৰুদ্ধে কোনো যুক্তি গ্ৰহণযোগ্য নহয়, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ
National-International

CEC case : গণ ভোটাধিকাৰ বঞ্চনাৰ বিষয়টো স্বেচ্ছাচাৰী, ইয়াৰ বিৰুদ্ধে কোনো যুক্তি গ্ৰহণযোগ্য নহয়, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

by News Desk
October 5, 2026
50
Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০
National-International

Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০

by News Desk
October 3, 2026
55
Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ
National-International

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

by News Desk
October 3, 2026
51
Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ
National-International

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

by News Desk
October 3, 2026
51
JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ
National-International

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

by News Desk
October 3, 2026
53
ADVERTISEMENT
Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered
Guwahati

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

October 5, 2026
50
FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ
National-International

FlyDubai case : দুখন বিমানৰ সংঘৰ্ষকে ধৰি ৯/১১ শৈলীৰ আক্ৰমণৰ পৰিকল্পনা কৰিছিল, ফ্লাইডুবাইৰ সহ-পাইলটৰ প্ৰকাশ

October 5, 2026
50
CEC case : গণ ভোটাধিকাৰ বঞ্চনাৰ বিষয়টো স্বেচ্ছাচাৰী, ইয়াৰ বিৰুদ্ধে কোনো যুক্তি গ্ৰহণযোগ্য নহয়, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ
National-International

CEC case : গণ ভোটাধিকাৰ বঞ্চনাৰ বিষয়টো স্বেচ্ছাচাৰী, ইয়াৰ বিৰুদ্ধে কোনো যুক্তি গ্ৰহণযোগ্য নহয়, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

October 5, 2026
50
Nagaon bye election : আজি ভোটগ্ৰহণৰ বাবে নগাঁও-মৰিগাঁওৰ পৰা ২৩০৭ কেন্দ্ৰলৈ ৰাওনা হ’ব ১১,৫৩৫ বিষয়াৰ দল
Assam

Nagaon bye election : আজি ভোটগ্ৰহণৰ বাবে নগাঁও-মৰিগাঁওৰ পৰা ২৩০৭ কেন্দ্ৰলৈ ৰাওনা হ’ব ১১,৫৩৫ বিষয়াৰ দল

October 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

October 5, 2026
FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ

FlyDubai case : দুখন বিমানৰ সংঘৰ্ষকে ধৰি ৯/১১ শৈলীৰ আক্ৰমণৰ পৰিকল্পনা কৰিছিল, ফ্লাইডুবাইৰ সহ-পাইলটৰ প্ৰকাশ

October 5, 2026
CEC case : গণ ভোটাধিকাৰ বঞ্চনাৰ বিষয়টো স্বেচ্ছাচাৰী, ইয়াৰ বিৰুদ্ধে কোনো যুক্তি গ্ৰহণযোগ্য নহয়, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

CEC case : গণ ভোটাধিকাৰ বঞ্চনাৰ বিষয়টো স্বেচ্ছাচাৰী, ইয়াৰ বিৰুদ্ধে কোনো যুক্তি গ্ৰহণযোগ্য নহয়, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

October 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d