ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Online Bagger I মুম্বাইৰ ৰাজপথত অনলাইন ভিক্ষাৰী

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
July 17, 2023
Reading Time: 1 min read
A A
0
Online Begger I মুম্বাইৰ ৰাজপথত অনলাইন ভিক্ষাৰী

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

পেটৰ তাড়নাত ভিক্ষা বৃত্তিত নিয়োজিত হৈ অহাটো আমি সকলোৱে দেখিছোঁ। আনহাতে, এই ভিক্ষা খোজাৰ পন্থাও বিভিন্ন দেখিছোঁ। কিন্তু অনলাইন অৰ্থাৎ ডিজিটেল ভিক্ষাৰী(Online Bagger)? হয় বৰ্তমান সেয়াও সম্ভৱ।

 অনলাইন ভিক্ষাৰী
মুম্বাইৰ ৰাজপথত অনলাইন ভিক্ষাৰী:

মুম্বাইৰ ৰাজপথত দেখা গʼল ডিজিটেল ভিক্ষাৰী। আপোনাৰ পকেটত খুচুৰা নাই? তাতে কি হ’ল। ইচ্ছা কৰিলে অনলাইনত সহায় কৰিব পাৰে। শেহতীয়াকৈ এজন ব্যক্তিয়ে হাতত কিউআৰ কোড লৈ স্থানীয় ৰেʼলত সহায় বিচৰা দেখা গৈছে। উক্ত QR কোডত অনলাইন পেমেণ্টৰ সুবিধা আছে। তেওঁৰ এই ভিডিঅʼটো ছচিয়েল মিডিয়াত ধুমুহাৰ দৰে বিয়পি পৰিছে। ব্যস্ত ৰাস্তা, বাছ বা ৰেʼলত প্ৰতিদিনে বহু ভিক্ষাৰী দেখা পোৱা যায়।

পেটৰ তাড়নাত আনৰ পৰা সহায় বিচাৰে। বহুতে তেওঁলোকক ‘নাই’ বুলি কয়। কিছুমানে নগদ ধনৰ অভাৱ বা খুচুৰাৰ অভাৱক অজুহাত হিচাপে লয়। এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ যুৱকজনে ডিজিটেল পদ্ধতিৰে ভিক্ষা খুজিবলৈ ধৰিলে। ভিডিঅʼটোত এজন ভিক্ষাৰীয়ে ৰেʼলৰ ভিতৰত গান গাই সহায় বিচৰা দেখা গৈছে।

হাতত QR কোডৰ ষ্টীকাৰ থকা কাগজ। ৰেʼলখনত উপস্থিত থকা এজন ব্যক্তিয়ে ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল, যিটো ভিডিঅ’ এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। জ্ঞাত সূত্ৰৰ মতে, ব্যক্তিজনে যিদৰে QR কোড লৈ সহায় বিচাৰিছে, কাৰোবাৰ বাবে ‘নাই’ বুলি কোৱাৰ কোনো সুযোগেই নাথাকিব।

Tags: অনলাইন ভিক্ষাৰীমুম্বাইৰ ৰাজপথত
Share4Tweet3Send

Related Posts

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

by Staff Reporter
July 12, 2026
50
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ
National-International

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

by Staff Reporter
July 12, 2026
50
এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে
National-International

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

by Staff Reporter
July 12, 2026
50
২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা
National-International

২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

by Staff Reporter
July 12, 2026
50
তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট
National-International

তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট

by Staff Reporter
July 12, 2026
50
Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি
National-International

Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

by News Desk
July 11, 2026
50
ADVERTISEMENT
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026
50
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ
National-International

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

July 12, 2026
50
এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে
National-International

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

July 12, 2026
50
২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা
National-International

২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

July 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

July 12, 2026
এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

July 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx