ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Kargil war veteran’s wife becomes a victim of humiliation I ৰাষ্ট্রপতি বঁটা পোৱা স্বাধীনতা সংগ্রামীৰ পত্নীক জ্বলাই হত্যা, মণিপুৰত নতুন অভিযোগ

News Desk :

ASSAM TIMES POST by ASSAM TIMES POST
July 23, 2023
Reading Time: 1 min read
A A
0
Kargil war veteran’s wife becomes a victim of humiliation I ৰাষ্ট্রপতি বঁটা পোৱা স্বাধীনতা সংগ্রামীৰ পত্নীক জ্বলাই হত্যা, মণিপুৰত নতুন অভিযোগ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

হিংসাজৰ্জৰিত মণিপুৰত আন এক নৃশংস ঘটনাৰ কথা পোহৰলৈ আহিছে। প্রাক্তন ৰাষ্ট্রপতি এপিজে আব্দুল কালামৰ হাতৰ পৰা বঁটা লাভ কৰা স্বাধীনতা সংগ্রামী এছ চূড়াচান্দ সিঙৰ বৃদ্ধ পত্নীক জীৱন্তে জ্বলাই হত্যা কৰাৰ অভিযোগ উঠিছে (Kargil war veteran’s wife becomes a victim of humiliation)। এই সন্দৰ্ভত থানাত অভিযোগ দাখিল কৰিছে মৃতকৰ পৰিয়ালে।

 স্বাধীনতা সংগ্রামীৰ পত্নীক জ্বলাই হত্যা
ৰাষ্ট্রপতি বঁটা পোৱা স্বাধীনতা সংগ্রামীৰ পত্নীক জ্বলাই হত্যা:

এনডিটিভিৰ এক প্রতিবেদনত প্রকাশ পোৱা মতে, ঘটনাটি বিগত ২৮ মে’ৰ। অভিযোগ অনুসৰি, ঘটনাৰ দিনা কাকচিং জিলাৰ চেৰো গাঁৱত অজ্ঞাত পৰিচয়ৰ কিছু ব্যক্তিয়ে হাতত অস্ত্র-শস্ত্র লৈ এটি ঘৰৰ দুৱাৰ বাহিৰৰ পৰা বন্ধ বন্ধ কৰি দি জ্বলাই দিয়ে। সেই সময়ত ঘৰটোৰ ভিতৰত আছিল স্বাধীনতা সংগ্রামীজনৰ পত্নী ৮০ বছৰীয়া ইবেটোমবি।

কিছু কিছু সময় পাৰ হোৱাৰ পিছত গাঁওবাসীয়ে জুই নুমোৱায়। কিন্তু ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ হয় বৃদ্ধাগৰাকীৰ অগ্নিদগ্ধ মৃতদেহ। এই প্রসঙ্গত বৃদ্ধাগৰাকীৰ নাতিনীয়েক প্রেমকাঁটাই সংবাদ মাধ্যমক জনোৱা মতে, দুষ্কৃতিকাৰীয়ে তেওঁকো হত্যা কৰাৰ চেষ্টা কৰিছিল। আইতাকক ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিবলৈ যাওঁতে তেওঁৰো হাতত গুলী লাগে।

উক্ত ঘটনাৰ প্রায় দুমাহ পিছত জ্বলাই দিয়া ঘৰটোৰ ওচৰলৈ গৈছিল প্রেমকাঁটা। তাত ধ্বংসস্তূপ আঁতৰাই এখন ফটো উদ্ধাৰ কৰে তেওঁ। উক্ত ফটোত তেওঁৰ ককাকৰ সৈতে আছে প্রাক্তন ৰাষ্ট্রপতি কালামো। মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ৪৫ কিলোমিটাৰ দূৰৈত অৱস্থিত চেৰোও ৰাজ্যখনৰ হিংসাজৰ্জৰিত গাঁওবোৰৰ ভিতৰত তালিকাৰ শীর্ষত আছে।

Tags: পত্নীক জ্বলাই হত্যামণিপুৰত নতুন অভিযোগৰাষ্ট্রপতি বঁটা পোৱা স্বাধীনতা সংগ্রামীৰ
Share4Tweet3Send

Related Posts

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

by Staff Reporter
July 12, 2026
50
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ
National-International

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

by Staff Reporter
July 12, 2026
50
এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে
National-International

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

by Staff Reporter
July 12, 2026
50
২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা
National-International

২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

by Staff Reporter
July 12, 2026
50
তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট
National-International

তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট

by Staff Reporter
July 12, 2026
50
Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি
National-International

Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

by News Desk
July 11, 2026
50
ADVERTISEMENT
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026
50
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ
National-International

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

July 12, 2026
50
এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে
National-International

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

July 12, 2026
50
২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা
National-International

২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

July 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

July 12, 2026
এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

July 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx