ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Asia cup cricket 2023 I বৰষুণৰ সম্ভাৱনা, ভাৰত-পাকিস্তান ছুপাৰ ফ’ৰ মেচৰ বাবে ৰিজাৰ্ভ ডে’

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 8, 2023
Reading Time: 1 min read
A A
0
Asia cup cricket 2023 I বৰষুণৰ সম্ভাৱনা, ভাৰত-পাকিস্তান ছুপাৰ ফ’ৰ মেচৰ বাবে ৰিজাৰ্ভ ডে’

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

Material-First Product Architecture : Scaling IP-Driven Hardware Brands

ক্ৰিকেট অনুৰাগীৰ বাবে সুখবৰ। এছিয়া কাপৰ (Asia Cup) ছুপাৰ ফ’ৰ পৰ্যায়ৰ ভাৰত-পাকিস্তানৰ (India-Pakistan Match) মেচত থাকিব ৰিজাৰ্ভ ডে’। দেওবাৰে কলম্বোৰ প্ৰেমদাছা ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানে দ্বিতীয়বাৰৰ বাবে প্ৰতিযোগিতাত মুখামুখী হʼব।

ভাৰত-পাকিস্তান ছুপাৰ ফ'ৰ মেচ
বৰষুণৰ সম্ভাৱনা, ভাৰত-পাকিস্তান ছুপাৰ ফ’ৰ মেচৰ বাবে ৰিজাৰ্ভ ডে’:

সেইদিনাও বৰষুণৰ আগজাননী দিয়া হৈছে। যদি বৰষুণৰ বাবে খেল বন্ধ হয়, তেন্তে পিছদিনা অৰ্থাৎ সোমবাৰে মেচ বন্ধ হোৱাৰ পৰা পুনৰ আৰম্ভ হʼব। শুকুৰবাৰে এই কথা এছিয়ান ক্ৰিকেট কাউন্সিলে জনাইছে। গতিকে যিসকলে দেওবাৰে ভাৰত-পাক খেল চাবলৈ যিসকল ষ্টেডিয়ামলৈ যাব, তেওঁলোকক টিকট লগত ৰাখিবলৈ কোৱা হৈছে।

india PAKISTAN | ASSAM TIMES POSTএকেটা টিকটতে ৰিজাৰ্ভ ডে’ৰ খেলখন চাব পাৰিব। উল্লেখযোগ্য যে ছুপাৰ ফ’ৰ পৰ্যায়ৰ এই এখন মেচৰ বাবেহে এটা ৰিজাৰ্ভ ডে’ ৰখা হৈছে। এই সুবিধা আন কোনো মেচত পোৱা নাযায়। পাকিস্তান ক্ৰিকেট বোৰ্ডে প্ৰথমে এই পৰিৱৰ্তিত পৰিস্থিতিৰ কথা ঘোষণা কৰিছিল। তাৰ পাছত এছিয়ান ক্ৰিকেট কাউন্সিলে তেওঁলোকৰ বিবৃতিত কয়, “কলম্বোৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হʼবলগীয়া ভাৰত-পাকিস্তান ছুপাৰ ফ’ৰৰ খেলৰ বাবে সোমবাৰ দিনটো সংৰক্ষিত দিন হিচাপে ৰখা হৈছে।

বেয়া বতৰৰ বাবে যদি খেল বাতিল কৰা হয় তেন্তে পিছদিনা অৰ্থাৎ সোমবাৰে পুনৰ খেলা হʼব। খেলখন যʼৰ পৰা বন্ধ হৈছিল তাৰ পৰাই আৰম্ভ হʼব৷” ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হʼবলগীয়া এছিয়া কাপৰ ফাইনেলৰ বাবেও এটা ৰিজাৰ্ভ ডে’ ৰখা হৈছে।

Tags: বাবে ৰিজাৰ্ভ ডে’বৰষুণৰ সম্ভাৱনাভাৰত-পাকিস্তান ছুপাৰ ফ'ৰ মেচৰ
Share4Tweet3Send

Related Posts

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক
National-International

by News Desk
July 9, 2026
50
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ
National-International

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

by News Desk
July 9, 2026
50
Material-First Product Architecture : Scaling IP-Driven Hardware Brands
National-International

Material-First Product Architecture : Scaling IP-Driven Hardware Brands

by News Desk
July 9, 2026
50
US attact Iran : ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত বোমাবৰ্ষণ আমেৰিকাৰ

Delhi rain : দিল্লীত ধাৰাসাৰ বৰষুণ, পথ জলমগ্ন : ১০ জুলাইলৈকে বৰষুণৰ সম্ভাৱনা

Illegal immigrant : দেশত অবৈধ অনুপ্ৰৱেশকাৰীক ধৰিবলৈ পদক্ষেপ গৃহ মন্ত্ৰালয়ৰ

ADVERTISEMENT
Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক
National-International

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
50
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ
National-International

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

July 9, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

July 9, 2026
50
Material-First Product Architecture : Scaling IP-Driven Hardware Brands
National-International

Material-First Product Architecture : Scaling IP-Driven Hardware Brands

July 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

July 9, 2026
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

July 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT