ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

IPL 2024 I ২২ মাৰ্চৰ পৰা আইপিএল

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 21, 2024
Reading Time: 1 min read
A A
0
IPL 2024 I ২২ মাৰ্চৰ পৰা আইপিএল

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

অহা ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আইপিএলৰ (IPL 2024) ১৭ সংখ্যক সংস্কৰণ। সমগ্ৰ প্ৰতিযোগিতাখন ভাৰততে অনুষ্ঠিত হ’ব। মঙলবাৰে এই কথা জনায় আইপিএলৰ অধ্যক্ষ অৰুণ ধুমলে। অৰ্থাৎ এই কোটিপতি লীগখনলৈ মাজত মাত্ৰ এমাহ বাকী।

IPL 2024
২২ মাৰ্চৰ পৰা আইপিএল:

অৱশ্যে ইয়াৰ সময়সূচী এতিয়াও ঘোষণা কৰা হোৱা নাই। নিৰ্বাচনৰ তাৰিখলৈ অপেক্ষা কৰা হৈছে। চর্চা চলিছিল যে আইপিএলৰ এটা খণ্ড হয়তো বিদেশৰ মাটিলৈ স্থানান্তৰিত হ’ব পাৰে। কিন্তু অৰুণ ধুমলে সেই সম্ভাৱনা নুই কৰে। আইপিএলৰ অধ্যক্ষই অৱগত কৰে যে নিৰ্বাচন অনুষ্ঠিত হ’লেও সমগ্ৰ প্ৰতিযোগিতাখন ভাৰততে অনুষ্ঠিত হ’ব।

অৱশ্যে শীঘ্ৰে ঘোষণা কৰা হ’ব প্ৰতিযোগিতাখনৰ সূচী। প্ৰথম দহ দিনৰ খেলৰ সময়সূচী আগতীয়াকৈ ঘোষণা কৰা হ’ব। অৰুণ ধুমলে কয়, “২২ মাৰ্চৰ পৰা আইপিএল আৰম্ভ হ’ব পাৰে। আমি সমগ্ৰ আইপিএলৰ সূচী ঘোষণা কৰিব নিবিচাৰো। কাৰণ নিৰ্বাচনৰ তাৰিখ পিছত ঘোষণা হ’লে কিছুমান বিশেষ স্থানত নিৰাপত্তা প্ৰদান কৰাটো সম্ভৱ নহ’বও পাৰে।

শেষ মূহুৰ্তত সলনি কৰিবলৈ বহুত অসুবিধা হয়। আইপিএলৰ মেচ আয়োজনৰ বাবে প্ৰস্তুতি চলিছে। গতিকে প্ৰথম কেইখনমান মেচৰ সূচী ঘোষণা কৰা হ’ব। আমি আইপিএলৰ সম্পূৰ্ণ সূচী নিৰ্বাচনৰ তাৰিখ জনাৰ পিছতহে ঘোষণা কৰিম।”

উল্লেখযোগ্য যে মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ’ব লোকসভা নিৰ্বাচনৰ তাৰিখ। সেয়ে সম্পূৰ্ণ সূচীৰ বাবে নিৰ্বাচনৰ তাৰিখলৈ অপেক্ষা কৰি থকা হৈছে।

Tags: আইপিএল২২ মাৰ্চৰ পৰা
Share4Tweet3Send

Related Posts

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

by Staff Reporter
June 28, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

by Staff Reporter
June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

by Staff Reporter
June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

by Staff Reporter
June 28, 2026
50
ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 
National-International

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

by Staff Reporter
June 28, 2026
50
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

by News Desk
June 27, 2026
50
ADVERTISEMENT
ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx