ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Recovered illegal weapons : খটখটী আৰক্ষীৰ অভিযানত এটা পিষ্টল আৰু সজীৱ গুলীসহ ৫জন আটক

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু :

News Desk by News Desk
May 10, 2024
Reading Time: 1 min read
A A
0
Recovered illegal weapons : খটখটী আৰক্ষীৰ অভিযানত এটা পিষ্টল আৰু সজীৱ গুলীসহ ৫জন আটক

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

অবৈধ ড্ৰাগছ, বাৰ্মিজ চুপাৰি সৰবৰাহৰ ট্ৰেনজিট পইণ্ট কাৰবি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্তৰ খটখটী থানা এলেকাৰ কালিৰাম বস্তি (Kaliram Basti of Khatkhati police station) এলেকাত এইবাৰ ড্ৰাগছৰ পৰিৱৰ্তে উদ্ধাৰ হৈছে অবৈধ মাৰণাস্ত্ৰসহ সঁজীৱ গুলী (Bullets recovered with illegal weapons)৷ এক নিৰ্দিষ্ট গোপন খবৰৰ ভিত্তিত বুজন পৰিমানৰ অবৈধ ড্ৰাগছ সৰবৰাহৰ খবৰ লাভ কৰি খটখটী থানা এলেকাৰ কালিৰাম বস্তিত ৰেলৱে ব্ৰীজৰ ওচৰত বৃহস্পতিবাৰে সন্ধিয়া ৬ মান বজাত আৰক্ষীয়ে এম্বুশ আৰু নাকা স্থাপন কৰে ৷ উক্ত সময়ত NL-07 CB-8179 পঞ্জীয়ন নম্বৰৰ বলেৰ’ বাহনত তালাচী চলাই অবৈধ ড্ৰাগছৰ পৰিৱৰ্তে এটা ৯ এমএম বেৰেটা পিষ্টল, ১ টা মেগজিন আৰু ৪৩ জাই সঁজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

Weaponp1 | ASSAM TIMES POST

এই সন্দৰ্ভত অভিযানকাৰী দলটোৱে ৫ জনক আটক (5 arrested) কৰে৷  লোক কেইজন ক্ৰমে, ডিমাপুৰৰ থংগা ৱাংচা (৩৯), অলট’ চিশ্বি (৪০), হেকিহ’ জিমনি( ৪৫), খুকিভি আয়ে (৩২) আৰু মৰিগাওঁ জিলাৰ লাহৰিঘাটৰ ছাত্তাৰ আলীক আটক কৰে৷ ধৃত ৫ জনৰ ওপৰত আৰক্ষীয়ে গোছৰ ৰুজো কৰি তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷

আনহাতে খটখটী আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্মৰ তত্বাৱধনাত খটখটী থানাৰ অ’চি ৰমেন বৰদলৈ, উপ আৰক্ষী অধীক্ষক (প্ৰৱেশ্যনাৰী) মাৰ্টিন দেউৰী,  এছ আই স্বমধন স্বৰ্গীয়াৰী, 20 বিএন চিআৰপিএফ আৰু তৃতীয় কামাণ্ড বেটেলিয়েন লগতে থানা ষ্টাফৰ সহযোগত  চলিছিল  উক্ত তালাচী অভিযান৷

Tags: RecoveredIllegalWeaponsপিষ্টলসহগুলীউদ্ধাৰ
Share4Tweet3Send

Related Posts

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx