ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Naxalites killed in Chhattisgarh I ছত্তীশগড়ত নিহত ১২ মাওবাদী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 11, 2024
Reading Time: 1 min read
A A
0
Naxalites killed in Chhattisgarh I ছত্তীশগড়ত নিহত ১২ মাওবাদী

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

Material-First Product Architecture : Scaling IP-Driven Hardware Brands

পুনৰ মাওবাদী বিৰোধী অভিযানত বৃহৎ সফলতা ছত্তীশগড়ত (Chattisgarh) । এমাহৰো কম সময়ৰ ভিতৰত এই ঘটনা সংঘটিত হয়। এইবাৰ নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ১২ জন মাওবাদী নিহত হয়। শুকুৰবাৰে আবেলি ছত্তীশগড়ৰ বিজাপুৰ জিলাৰ গংগালুৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ সংঘটিত হয়। সন্ধিয়া ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেও সাইয়ে কয়, “গংগালুৰৰ উক্ত অঞ্চলত ১২ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ হৈছে।’’

Naxalites killed in Chhattisgarh I
ছত্তীশগড়ত নিহত ১২ মাওবাদী:

উল্লেখযোগ্য যে এপ্ৰিল মাহত ছত্তীশগড়ত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যুটীয়া অভিযানত ২৯ জন মাওবাদী নিহত হয়। কিন্তু অভিযানটো বস্তাৰত সংঘটিত হৈছিল। শুকুৰবাৰৰ অভিযান বিজাপুৰ জিলাত চলোৱা হয়। বস্তাৰৰ দৰে ইয়ো ছত্তীশগড়ৰ দক্ষিণৰ জিলাসমূহৰ ভিতৰত এখন। বস্তাৰ আৰু বিজাপুৰৰ ভিতৰত আছে ছত্তীশগড়ৰ দান্তেৱাড়া আৰু চুকমা জিলা। য’ত মাওবাদীসকল সক্ৰিয়।

মুখ্যমন্ত্ৰী সাইয়ে শুকুৰবাৰে বিজাপুৰত মাওবাদী বিৰোধী অভিযানৰ সফলতাৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক অভিনন্দন জনায়। উল্লেখযোগ্য যে এই বছৰ ১০০ ৰো অধিক মাওবাদী নিহত হৈছে।

জানুৱাৰীৰ পৰা এপ্ৰিললৈকে ৰাজ্যখনত নিহত মাওবাদীৰ সংখ্যা আছিল ৯১ জন। শুকুৰবাৰৰ অভিযানৰ পিছত ই ১০৩ লৈ বৃদ্ধি হয়। ২০১৯ চনৰ পিছত এটা বছৰত এইটো সৰ্বাধিক সংখ্যক মাওবাদী নিহত হোৱাৰ ঘটনা। আনহাতে, ২০১৮ চনত ১১২ জন মাওবাদী নিহত হৈছিল। একেদৰে ২১০৬ চনত ১৩৪ জন নিহত হৈছিল। ছত্তীশগড় ৰাজ্য সৃষ্টি হোৱাৰ পিছত এইটো সৰ্বাধিক সংখ্যা আছিল।

উল্লেখযোগ্য যে বিজাপুৰৰ গংগালুৰ অঞ্চলটো মাওবাদীসকলৰ দুৰ্গ হিচাপে গণ্য কৰা হয়। অঞ্চলটো বিজাপুৰৰ পিদিয়া আৰক্ষী থানাৰ অধীনত আহিছে। শুকুৰবাৰে অভিযানৰ সফলতা ঘোষণা কৰি সাইয়ে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সদায় কৈ আহিছে যে তেওঁলোকে ছত্তীশগড়ক মাওবাদীমুক্ত কৰিব বিচাৰে। ছত্তীশগড়ৰ মানুহে এতিয়া দ্বৈত ইঞ্জিন চৰকাৰৰ লাভালাভ অর্জন কৰিছে।’’

Tags: ছত্তীশগড়ত নিহত ১২ মাওবাদী
Share4Tweet3Send

Related Posts

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক
National-International

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

by News Desk
July 9, 2026
50
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ
National-International

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

by News Desk
July 9, 2026
50
Material-First Product Architecture : Scaling IP-Driven Hardware Brands
National-International

Material-First Product Architecture : Scaling IP-Driven Hardware Brands

by News Desk
July 9, 2026
50
US attact Iran : ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত বোমাবৰ্ষণ আমেৰিকাৰ
National-International

US attact Iran : ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত বোমাবৰ্ষণ আমেৰিকাৰ

by News Desk
July 9, 2026
50
Delhi rain : দিল্লীত ধাৰাসাৰ বৰষুণ, পথ জলমগ্ন : ১০ জুলাইলৈকে বৰষুণৰ সম্ভাৱনা
National-International

Delhi rain : দিল্লীত ধাৰাসাৰ বৰষুণ, পথ জলমগ্ন : ১০ জুলাইলৈকে বৰষুণৰ সম্ভাৱনা

by News Desk
July 9, 2026
50
Illegal immigrant : দেশত অবৈধ অনুপ্ৰৱেশকাৰীক ধৰিবলৈ পদক্ষেপ গৃহ মন্ত্ৰালয়ৰ
National-International

Illegal immigrant : দেশত অবৈধ অনুপ্ৰৱেশকাৰীক ধৰিবলৈ পদক্ষেপ গৃহ মন্ত্ৰালয়ৰ

by News Desk
July 9, 2026
50
ADVERTISEMENT
Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক
National-International

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
50
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ
National-International

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

July 9, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

July 9, 2026
50
Material-First Product Architecture : Scaling IP-Driven Hardware Brands
National-International

Material-First Product Architecture : Scaling IP-Driven Hardware Brands

July 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

July 9, 2026
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

July 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx