ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Landslide in Silchar Guwahati Road : শিলচৰ-গুৱাহাটী পথত ভয়ংকৰ ভূমিস্খলন, বন্ধ শিলচৰ-গুৱাহাটী পথ

নিউজ ডেস্কঃ

News Desk by News Desk
May 31, 2024
Reading Time: 1 min read
A A
0
Landslide in Silchar Guwahati Road : শিলচৰ-গুৱাহাটী পথত ভয়ংকৰ ভূমিস্খলন, বন্ধ শিলচৰ-গুৱাহাটী পথ

RELATED POSTS

Mahesh Brahma death : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা : হাগ্ৰামাৰ ঘনিষ্ঠ মহেশ ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

New Logo Smal 3 | ASSAM TIMES POST

ভয়ংকৰ ভূমিস্খলনৰ কবলত মেঘালয়ৰ শিলচৰ-গুৱাহাটী সংযোগী পথ (Silchar-Guwahati link road due to landslide)। যাৰ বাবে অনিৰ্দিষ্টকালৰ বাবে বন্ধ হৈ পৰিল ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ৷ এই ঘাইপথটোৰে বাহন চলাচলত নিষেধাজ্ঞা জাৰি মেঘালয় প্ৰশাসনৰ৷ মেঘালয়ৰ লুমছুনোং অঞ্চলত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা।

eroson | ASSAM TIMES POST

যাৰ বাবে পথছোৱাৰে বাহন চলাচল ব্যাহত হৈ পৰিছে৷ মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলা উপায়ুক্তই এক নিৰ্দেশযোগে এই নিষেধাজ্ঞা জাৰি কৰিছে৷ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিৰ্দেশ জাৰি থাকিব বুলিও জনাইছে মেঘালয় প্ৰশাসনে৷ অৱশ্যে বাইক আৰু লঘু বাহনসমূহ ষ্টাৰ চিমেণ্ট কাৰখানাৰ (Star Cement Factory) পথেৰে চলাচল কৰিব পাৰিব বুলিও জনোৱা হৈছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: LandslideinSilcharGuwahatiশিলচৰ-গুৱাহাটীপথ
Share4Tweet3Send

Related Posts

Mahesh Brahma death : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা : হাগ্ৰামাৰ ঘনিষ্ঠ মহেশ ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ
Assam

by News Desk
October 8, 2026
50
Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ
Assam

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

by News Desk
October 6, 2026
52
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান
Assam

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

by News Desk
October 6, 2026
51
Moral policing : গোলাঘাটৰ দলৌজানত চাঞ্চল্যকৰ মৰেল পুলিচিংৰ ঘটনা

Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল

ADVERTISEMENT
Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক
NORTHEAST

Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক

October 8, 2026
50
Flight Lightning : ১৭ হাজাৰ ফুট উচ্চতাত বিমানত বজ্ৰপাত, লক্ষ্ণৌত জৰুৰীকালীন অৱতৰণ
National-International

Flight Lightning : ১৭ হাজাৰ ফুট উচ্চতাত বিমানত বজ্ৰপাত, লক্ষ্ণৌত জৰুৰীকালীন অৱতৰণ

October 8, 2026
50
Nana Patekar dies : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰ্ষীয়ান অভিনেতা নানা পাটেকাৰৰ
Entertrainment

Nana Patekar dies : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰ্ষীয়ান অভিনেতা নানা পাটেকাৰৰ

October 8, 2026
50
Mahesh Brahma death : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা : হাগ্ৰামাৰ ঘনিষ্ঠ মহেশ ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ
Assam

Mahesh Brahma death : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা : হাগ্ৰামাৰ ঘনিষ্ঠ মহেশ ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ

October 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক

Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক

October 8, 2026
Flight Lightning : ১৭ হাজাৰ ফুট উচ্চতাত বিমানত বজ্ৰপাত, লক্ষ্ণৌত জৰুৰীকালীন অৱতৰণ

Flight Lightning : ১৭ হাজাৰ ফুট উচ্চতাত বিমানত বজ্ৰপাত, লক্ষ্ণৌত জৰুৰীকালীন অৱতৰণ

October 8, 2026
Nana Patekar dies : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰ্ষীয়ান অভিনেতা নানা পাটেকাৰৰ

Nana Patekar dies : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰ্ষীয়ান অভিনেতা নানা পাটেকাৰৰ

October 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d