ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam flood condition : ৰাজ্যৰ দ্বিতীয়টো বানৰ কবলত ১৫ খন জিলা, ক্ষতিগ্ৰস্ত প্ৰায় ২ লাখ লোক

নিউজ ডেস্কঃ

News Desk by News Desk
June 19, 2024
Reading Time: 1 min read
A A
0
Assam flood condition : ৰাজ্যৰ দ্বিতীয়টো বানৰ কবলত ১৫ খন জিলা, ক্ষতিগ্ৰস্ত প্ৰায় ২ লাখ লোক

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমান্বয়ে শোচনীয় (State flood situation is pathetic) হৈ পৰিছে। বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰিছে। আনহাতে, ব্ৰহ্মপুত্ৰ আৰু বৰাককে ধৰি প্ৰায়বোৰ উপনৈৰ পানী ফেনে-ফোটোকাৰে বাঢ়ি আহিছে। যাৰ ফলত বান পৰিস্থিতি আৰু অধিক জটিল হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

ৰাজ্যিক দুর্যোগ প্রশমন বিভাগৰ শেহতীয়া তথ্য মতে, বৰ্তমান ৰাজ্যৰ ১৫ খন জিলা বানৰ কবলত (15 districts are in the grip of floods)। এই জিলাকেইখনৰ ৪৭০ খন গাঁও বানৰ পানীয়ে বুৰাই পেলাইছে।

Flood 2 | ASSAM TIMES POST

আনহাতে, বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ১.৬১ লাখ লোক (Around 1.61 lakh people have been affected)৷ আটাইতকৈ শোচনীয় পৰিস্থিতি হৈছে কৰিমগঞ্জ জিলাত (Worst-case scenario in Karimganj district)। ইফালে মঙলবাৰে হাইলাকান্দিত এজন লোকৰ মৃত্যুকে ধৰি চলিত বানত বৰ্তমানলৈকে ২৬ গৰাকী লোকৰ মৃত্যু হৈছে।

বৰ্তমান বানত আক্রান্ত জিলাকেইখন হৈছে তামুলপুৰ, বঙাইগাঁও, কৰিমগঞ্জ, লখিমপুৰ, ওদালগুৰি, দৰং, ধেমাজি, নগাঁও, হোজাই, চিৰাং, বৰপেটা, বাক্সা, নলবাৰী, গোৱালপাৰা আৰু বিশ্বনাথ ৷ আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে কৰিমগঞ্জ জিলা। কৰিমগঞ্জৰ ২১০ খন‌ গাঁও বানৰ কবলত। ইফালে এইবাৰৰ বানত এই পৰ্যন্ত ৩,৯,৯০৬ টা পশুধনৰ ক্ষতি হোৱাৰ উপৰি ৬০ হেক্টৰ কৃষিভূমি বানৰ কবলত। বৰ্তমানলৈকে ৩,৯৮২ টা আশ্ৰয় শিবিৰত বানপীড়িতসকলে আশ্ৰয় গ্ৰহণ কৰি আছে।

Tags: Assamfloodconditionঅসমৰবানপানীৰাজ্যৰবান
Share4Tweet3Send

Related Posts

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

by News Desk
August 7, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

by News Desk
August 7, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
ADVERTISEMENT
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন
DIPHU

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

August 7, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

August 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

August 7, 2026
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx