ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam flood situation : অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি, ১৯ জিলাৰ ৫৭৯ গাঁও ক্ষতিগ্ৰস্ত

নিউজ ডেস্কঃ

News Desk by News Desk
June 20, 2024
Reading Time: 1 min read
A A
0
Assam flood situation : অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি, ১৯ জিলাৰ ৫৭৯ গাঁও ক্ষতিগ্ৰস্ত

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

অসমত শেহতীয়া বান পৰিস্থিতি (Recent flood situation in Assam) এতিয়াও অপৰিৱৰ্তিত হৈ আছে । ক্ৰমাগতভাৱে চলি থকা ধাৰাসাৰ বৰষুণৰ বাবে বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ লগতে ঠায়ে ঠায়ে খহনীয়াৰ সৃষ্টি কৰিছে ৷ ইফালে বানপানীৰ বাবে কেইবাঠাইতো মথাউৰি ছিগাৰ লগতে দলং আদিও উটুৱাই নিছে৷ আনহাতে, বান পৰিস্থিতি ভয়াৱহ হোৱা জিলাবোৰত প্ৰশাসনে শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰাৰ লগতে সতর্কতামূলক ব্যৱস্থা হিচাপে ১৪৪ ধাৰা জাৰি কৰিছে৷

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ শেহতীয়া তথ্য মতে, এইবাৰৰ বানৰ কবলত পৰিছে ৰাজ্যৰ ১৯ খন জিলা (19 districts of the state in the grip of floods)। এই জিলাকেইখন হৈছে কামৰূপ, দক্ষিণ শালমাৰা, গোৱালপাৰা, নগাঁও, বঙাইগাঁও, লখিমপুৰ, হোজাই, দৰং, নলবাৰী, কৰিমগঞ্জ, ওদালগুৰি, তামুলপুৰ, হাইলাকান্দি, বিশ্বনাথ, বৰপেটা, কাছাৰ, বাক্সা আৰু বজালী ৷

Flood 3 | ASSAM TIMES POST

তথ্য মতে, ১৯ খন জিলাৰ ৪৮ টা ৰাজহ চক্ৰৰ ৫৭৯ খন গাঁও বানৰ কবলত পৰিছে ৷ আনহাতে, এই বানত ২,৯৬,৩৮৪ গৰাকী লোক প্ৰভাৱিত হোৱাৰ লগতে পানীৰ তলত আছে ৩,৩২৬ হেক্টৰ কৃষিভূমি (3,326 hectares of agricultural land under water)৷

উল্লেখ্য যে এইবাৰৰ বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে কৰিমগঞ্জ আৰু নলবাৰীত জিলা। জিলা দুখনৰ বান পৰিস্থিতিয়ে ক্ৰমে জটিল ৰূপ ধাৰণ কৰিছে ৷ এতিয়ালৈকে বানাক্ৰান্তৰ সহায়ৰ বাবে ১০৫ টা আশ্ৰয় আৰু সাহায্য শিবিৰ স্থাপন কৰা হৈছে৷

Tags: AssamFloodৰাজ্যৰবান
Share4Tweet3Send

Related Posts

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

by News Desk
August 7, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

by News Desk
August 7, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
ADVERTISEMENT
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

August 7, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

August 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

August 7, 2026
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx