ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Uttarakhand Natural Calamities I উত্তৰাখণ্ডত ধাৰাসৰ বৰষুণ আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১২ জনলৈ বৃদ্ধি, নিৰুদ্দেশ ৫০

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 2, 2024
Reading Time: 1 min read
A A
0
Uttarakhand Natural Calamities I উত্তৰাখণ্ডত ধাৰাসৰ বৰষুণ আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১২ জনলৈ বৃদ্ধি, নিৰুদ্দেশ ৫০

Oplus_0

New Logo Smal 5 | ASSAM TIMES POST

RELATED POSTS

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

উত্তৰাখণ্ডত (Uttarakhand) হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত মৃত্যুৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পাইছে। আহাতে, সন্ধানহীন হৈ আছে আন ৫০ জন লোক। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে চাৰিখন জিলা। ইয়াৰে ভিতৰত হৰিদ্বাৰ, টিহৰি, ডেৰাডুন আৰু চামোলী অন্যতম। এই চাৰিখন জিলাত বহু ঘৰ উটুৱাই নিয়াৰ উপৰি পথটোও ভাঙি গৈছে।

Uttarakhand Natural Calamities I
উত্তৰাখণ্ডত ধাৰাসৰ বৰষুণ আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১২ জনলৈ বৃদ্ধি, নিৰুদ্দেশ ৫০:

ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি, হৰিদ্বাৰত ৬ জন লোকৰ মৃত্যু হৈছে। তিহৰীত তিনিজন লোকৰ মৃত্যু হয়। আহাতে, ডেৰাডুনত দুজন আৰু চামোলীত এজনৰ মৃত্যু হৈছে। হালদোৱানী আৰু চামোলিত সন্ধানহীন হৈ আছে দুজন। ডেৰাডুনৰ আৰক্ষী অধীক্ষক অজয় সিঙে জনোৱা মতে, ৰায়পুৰ অঞ্চলত দুজন লোকক পানীয়ে উটুৱাই লৈ যায়। পিছত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ইফালে ধাৰাসাৰ বৰষুণৰ ফলত ডেৰাডুনৰ বহু অঞ্চল পানীত বুৰ গৈছে। বতৰ বিভাগৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ডেৰাডুনত ১৭২ মিলিমিটাৰ বৰষুণ হৈছে।

বিগত ২৪ ঘণ্টাত হৰিদ্বাৰৰ ৰোচনাবাদত সৰ্বাধিক বৰষুণ ২১০ মিলিমিটাৰ হৈছে। আনহাতে, সোণপ্ৰয়াগত মন্দাকিনী নদীৰ জলপৃষ্ঠই বিপদসীমাত উপনীত হোৱাত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। হৰিদ্বাৰৰ ৰূঢ়কীৰ ভৰপুৰ গাঁৱত ধাৰাসাৰ বৰষুণৰ ফলত এটা ঘৰ ভাঙি নিহত হয় চাৰিজন লোক। আহত হয় আন ১০ জন। ইয়াৰে ৮ জনৰ অৱস্থা সংকটজনক।

Tags: উত্তৰাখণ্ডত ধাৰাসৰ বৰষুণ আৰুনিৰুদ্দেশ ৫০ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১২ জনলৈ বৃদ্ধি
Share4Tweet3Send

Related Posts

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

by News Desk
June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

by News Desk
June 16, 2026
50
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎
National-International

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

by News Desk
June 16, 2026
50
Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’

Five states Election : সময়ৰ আগতেই হোৱাৰ সম্ভাৱনা ৫ ৰাজ্যৰ নিৰ্বাচন : সাজু হ’ল বিজেপি

Caugh Syrup : এতিয়াৰে পৰা কাহৰ চিৰাপ কিনিবলৈ লাগিব প্ৰেছক্ৰিপচন

ADVERTISEMENT
Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
50
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎
National-International

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

June 16, 2026
50
Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’
National-International

Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’

June 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

June 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT