ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Election Commission of India : হাৰিয়ানা আৰু জম্মু-কাশ্মীৰত এক্সিট প’ল প্ৰকাশত বাধা নিৰ্বাচন আয়োগৰ

নিউজ ডেস্কঃ

News Desk by News Desk
October 2, 2024
Reading Time: 1 min read
A A
0
Election Commission of India : হাৰিয়ানা আৰু জম্মু-কাশ্মীৰত এক্সিট প’ল প্ৰকাশত বাধা নিৰ্বাচন আয়োগৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন

Donald Trump : স্বাধীনতাৰ ২৫০ বছৰ স্মৃতিত আমেৰিকান নাগৰিকক দিব ট্ৰাম্পৰ ফটো থকা নতুন পাছপ’ৰ্ট

ভাৰতীয় নিৰ্বাচন আয়োগে (Election Commission of India) হাৰিয়ানা আৰু জম্মু-কাশ্মীৰ (Haryana and Jammu and Kashmir)ৰ বিধানসভা নিৰ্বাচন (Assembly elections)ৰ বাবে এক্সিট প’লৰ ফলাফল (Exit Poll Results) ঘোষণা নিষিদ্ধ (Ban on declaration) কৰিছে। হাৰিয়ানাত নিৰ্বাচন অনুষ্ঠিত হ’লেও শনিবাৰে (৫ অক্টোবৰ) এক্সিট প’ল প্ৰকাশ কৰিব নোৱাৰিব।

উল্লেখযোগ্য যে ইতিমধ্যে নিৰ্বাচনী পেনেলে কৈছিল যে শনিবাৰে সন্ধিয়া ৫ বজাত ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছত হাৰিয়ানাৰ এক্সিট প’লসমূহ মুকলি কৰাৰ সম্ভাৱনা আছে। ইফালে পূৰ্বৰ বিভিন্ন সমীক্ষাই দেখুৱাইছে যে লোকসভা আৰু ভাৰতৰ বিভিন্ন বিধানসভা নিৰ্বাচনত নিৰ্বাচনৰ পূৰ্বৰ বা নিৰ্বাচনৰ পিছৰ সমীক্ষা প্ৰকৃত ফলাফলৰ সৈতে প্ৰায়ে মিলা নাই।

election 1 | ASSAM TIMES POST
হাৰিয়ানা আৰু জম্মু-কাশ্মীৰত এক্সিট প’ল প্ৰকাশত বাধা নিৰ্বাচন আয়োগৰ

ইয়াৰ বিপৰীতে কিছুমান ক্ষেত্ৰত মিলাৰ উদাহৰণ আছে। আনহাতে, কিছু নিৰ্বাচনী বিশ্লেষকে মত পোষণ কৰে যে এনে সমীক্ষাই সামগ্ৰিকভাৱে ভোটাৰসকলৰ ওপৰত কিছু প্ৰভাৱ পেলায়।

এনে সম্ভাৱনাৰ কথা মনত ৰাখি, আয়োগৰ এই পদক্ষেপটো জনপ্ৰতিনিধিত্ব আইন, ১৯৫১-ৰ ধাৰা ১২৬এ-ৰ অধীনত লোৱা হৈছে।

উল্লেখযোগ্য যে ১৮ ছেপ্টেম্বৰ, ২৫ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত তিনিটা পৰ্যায়ত জম্মু-কাশ্মীৰৰ ৯০ টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। আনহাতে, হাৰিয়ানাত ৫ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইফালে নিৰ্বাচন আয়োগৰ নিষেধাজ্ঞাৰ বাবে জম্মু-কাশ্মীৰৰ এক্সিট প’লৰ ফলাফলো প্ৰকাশ কৰিব পৰা নগ’ল।

Tags: ElectionCommissionofIndiaExitPollএক্সিটপ'লনিৰ্বাচনআয়োগ
Share4Tweet3Send

Related Posts

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

by News Desk
April 30, 2026
50
Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন
National-International

Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন

by News Desk
April 30, 2026
50
Donald Trump : স্বাধীনতাৰ ২৫০ বছৰ স্মৃতিত আমেৰিকান নাগৰিকক দিব ট্ৰাম্পৰ ফটো থকা নতুন পাছপ’ৰ্ট
National-International

Donald Trump : স্বাধীনতাৰ ২৫০ বছৰ স্মৃতিত আমেৰিকান নাগৰিকক দিব ট্ৰাম্পৰ ফটো থকা নতুন পাছপ’ৰ্ট

by News Desk
April 30, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

Donald Trump । হৰমুজ প্ৰণালীক ‘ট্ৰাম্প প্ৰণালী’ হিচাপে স্বীকৃতি, পশ্চিম এছিয়াত পুনৰ অশান্তিৰ ডাৱৰ

by Staff Reporter
April 30, 2026
50
‎ৰজা চাৰ্লছক কোহিনুৰ হীৰা ঘূৰাই দিবলৈ উৎসাহিত কৰিম: নিউয়ৰ্ক চিৰ মেয়ৰ জোহৰান মামদানী
National-International

‎ৰজা চাৰ্লছক কোহিনুৰ হীৰা ঘূৰাই দিবলৈ উৎসাহিত কৰিম: নিউয়ৰ্ক চিৰ মেয়ৰ জোহৰান মামদানী

by Staff Reporter
April 30, 2026
50
Emergency Landing I ১৩৭ জন যাত্ৰীৰ সৈতে হায়দৰাবাদত জৰুৰী অৱতৰণ, বাৰাণসী অভিমুখী বিমানত যান্ত্ৰিক সমস্যা
National-International

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

by Staff Reporter
April 30, 2026
50
ADVERTISEMENT
Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ
Guwahati

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

April 30, 2026
50
IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ
Sports News

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

April 30, 2026
50
Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

April 30, 2026
50
Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন
National-International

Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন

April 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

April 30, 2026
IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

April 30, 2026
Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

April 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx