ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Durga Puja : মহালয়াৰ মহাধ্বনিৰে আজি ধৰালৈ আগমন দুৰ্গা দেৱীৰ, চৌদিশে দুৰ্গা পূজাৰ উখল-মাখল পৰিবেশ

নিউজ ডেস্কঃ

News Desk by News Desk
October 2, 2024
Reading Time: 1 min read
A A
0
Durga Puja : মহালয়াৰ মহাধ্বনিৰে আজি ধৰালৈ আগমন দুৰ্গা দেৱীৰ, চৌদিশে দুৰ্গা পূজাৰ উখল-মাখল পৰিবেশ

RELATED POSTS

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

New Logo Smal | ASSAM TIMES POST

চাওঁতে চাওঁতে শাৰদীয় দুৰ্গা পূজা (Shardiya Durga Puja) আহি চোতালত উপস্থিত হ’লহি আজি পবিত্ৰ মহালয়া (Holy Mahalaya today)। এই মহালয়াতে ধৰালৈ আগমন ঘটে দেৱী দূর্গাৰ। এইবাৰ দুৰ্গা দেৱীয়ে দোলাত উঠি ধৰালৈ আগমন ঘটিছে।

মহালয়াৰ লগে লগে এতিয়া দেশ তথা ৰাজ্যৰ চৌদিশে দেৱী দূর্গাৰ বন্দনাৰ বাবে সাজু হৈ উঠিছে ভক্তসকল। লগতে সাজু হৈ উঠিছে বিভিন্ন পূজা মণ্ডপ। আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে দেৱীৰ মূৰ্তিৰ লগতে পূজা মণ্ডপসমূহ।

puja 1 | ASSAM TIMES POST
মহালয়াৰ মহাধ্বনিৰে আজি ধৰালৈ আগমন দুৰ্গা দেৱীৰ

উল্লেখযোগ্য যে পিতৃপক্ষৰ অৱসানৰ পিছত আজিৰে পৰা আৰম্ভ হৈছে দেৱীপক্ষ। মহালয়াতে আৰম্ভ হয় দেৱীপক্ষৰ আৰু এই দিনটোতে দেৱী দুৰ্গাৰ পৃথিৱীলৈ আগমন ঘটে৷

আনহাতে, আহিনৰ শুক্লপক্ষৰ ষষ্ঠী তিথিৰ পৰা আৰম্ভ হয় দুৰ্গা পূজা৷ ষষ্ঠীৰ দিনাখন বোধনেৰে বেদীত স্থাপন কৰা হ’ব মহিষমৰ্দিনীক ৷ উল্লেখযোগ্য যে এইবাৰ দেৱী দুৰ্গাৰ আগমন দোলাত আৰু গমন হ’ব ঘোঁৰাত। ইফালে বিভিন্ন জ্যোতিষ গণনা মতে দেৱীৰ আগমন-গমনৰ প্ৰভাৱ পৰে ধৰাৰ ওপৰত। সেই অনুযায়ী, এইবাৰ যিহেতু দেৱী দুৰ্গাৰ দোলাত আগমন ঘটিছে, ইয়াৰ ফলত মহাব্যাধিয়ে দেখা দিব পাৰে৷ দেৱী দুৰ্গা দোলাত আহিলে মহামাৰীৰ সম্ভৱনা ব্যক্ত কৰা হয়। দেৱী দুৰ্গাৰ ঘোঁৰাত গমনৰ ফলত হিংসাত্মক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ লগতে এখন দেশে আন এখন দেশৰ সৈতে যুদ্ধত লিপ্ত হোৱাৰ সম্ভৱনা অধিক দেখা পোৱা যাব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Mahalayaমহালয়া
Share4Tweet3Send

Related Posts

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment
Assam

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

by News Desk
October 4, 2026
50
Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ
Assam

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

by News Desk
October 3, 2026
51
Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন
Assam

Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

by News Desk
October 3, 2026
52
Dergaon : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড সংঘটিত কৰা মহেশ্বৰ মাঝিক ফাঁচীৰ দাবীত
Assam

Dergaon : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড সংঘটিত কৰা মহেশ্বৰ মাঝিক ফাঁচীৰ দাবীত

by News Desk
October 3, 2026
52
Drowned in the Mangaldai river : মঙলদৈ নদীত ডুবি মৃত্যু কিশোৰৰ
Assam

Drowned in the Mangaldai river : মঙলদৈ নদীত ডুবি মৃত্যু কিশোৰৰ

by News Desk
October 2, 2026
64
Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা
Assam

Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা

by News Desk
October 2, 2026
56
ADVERTISEMENT
Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Guwahati

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

October 4, 2026
50
Assam Man Dies by Suicide; Family Alleges Moneylender Harassment
Assam

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

October 4, 2026
50
Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন
DIPHU

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

October 4, 2026
60
Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০
National-International

Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০

October 3, 2026
55
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

October 4, 2026
Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

October 4, 2026
Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

October 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d