ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

UP minor rape case : উত্তৰ প্ৰদেশত ৭ বছৰীয়া শিশুকন্যাক ধৰ্ষণ কৰি হত্যা

নিউজ ডেস্কঃ

News Desk by News Desk
October 19, 2024
Reading Time: 1 min read
A A
0
UP minor rape case : উত্তৰ প্ৰদেশত ৭ বছৰীয়া শিশুকন্যাক ধৰ্ষণ কৰি হত্যা

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

উত্তৰ প্ৰদেশৰ বদায়ু (Budaun in Uttar Pradesh)ত এগৰাকী সাত বছৰৰ শিশুকন্যাক ধৰ্ষণৰ পিছত হত্যা (Infant girl murdered after rape)ৰ অভিযোগ। বদায়ু জিলাৰ বিলচি থানা এলেকাত শিশুক ধৰ্ষণ আৰু হত্যাৰ অভিযোগ উত্থাপন হৈছে। শুকুৰবাৰে নিশা ঘৰৰ সমীপৱৰ্তী নিৰ্মাণৰত এটা ঘৰৰ পৰা উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ। আৰক্ষী অধীক্ষক ব্রিজেশ সিঙে তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হয়৷ 

অভিযুক্তক বিচাৰি উলিয়াবলৈ চাৰিটা আৰক্ষীৰ দল গঠন কৰা হয়। আনহাতে, মৃতদেহ উদ্ধাৰ কৰাৰ কেইঘণ্টামানৰ ভিতৰতে শনিবাৰে পুৱা ৪ বজাত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, শুকুৰবাৰে বিয়লি শিশুটি ঘৰৰ সমীপৰ এখন বজাৰলৈ গৈছিল। কিন্তু বহু সময় পাৰ হৈ যোৱাৰ পিছতো ঘৰলৈ উভতি নহাৰ বাবে শিশুটিৰ পিতৃ-মাতৃ চিন্তিত হৈ পৰে।  আৰক্ষীৰ ওচৰত নিৰুদ্দেশ গোচৰ দাখিল কৰে। ইয়াৰ পিছত শিশুটিৰ সন্ধান আৰম্ভ হয়। অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হয়। 

rape 2 | ASSAM TIMES POST
উত্তৰ প্ৰদেশত ৭ বছৰীয়া শিশুকন্যাক ধৰ্ষণ কৰি হত্যা

তাৰেই এটা ভিডিঅ’ত শিশুটিক ২২ বছৰীয়া এজন যুৱকৰ সৈতে দেখা যায়। তাৰ পৰাই আৰক্ষীয়ে যুৱকজনক চিনাক্ত কৰি অনুসন্ধান অভিযান আৰম্ভ কৰে। ইয়াৰ পিছতে নিশা প্ৰায় ১০ বজাত ঘৰৰ পৰা ৫০০ মিটাৰ দূৰত্বত নিৰ্মিত এটা ঘৰৰ পৰা আৰক্ষীয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে। শিশুটিক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।

এই ঘটনাৰ তদন্তৰ বাবে জিলা আৰক্ষীয়ে ক্ষিপ্ৰতাৰে চাৰিটা দল গঠন কৰে।  শনিবাৰে পুৱা ৪ বজাত বিনপুৰ অঞ্চলত আৰক্ষীয়ে অভিযুক্তৰ অৱস্থান উদ্ধাৰ কৰে। তেওঁলোকৰ দাবী,  গ্ৰেপ্তাৰ কৰিবলৈ যোৱাৰ সময়তে আৰক্ষীক গুলীচালনা কৰে অভিযুক্তই।  আহত হয় এজন আৰক্ষী জোৱান। আৰক্ষীয়েও উত্তৰত গুলীচালনা কৰাত অভিযুক্তৰ ভৰিত গুলী লাগে। ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। 

Tags: BudaunMinorRapeশিশুধৰ্ষণ
Share4Tweet3Send

Related Posts

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

by News Desk
July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

by News Desk
July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

by News Desk
July 3, 2026
50
Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

ADVERTISEMENT
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT