ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Child Rape case : চকলেটৰ লোভ দেখুৱাই আত্মীয়ৰ দ্বাৰাই শিশুক ধৰ্ষণ কৰি হত্যা, মৃতদেহ পুতি থ’লে পথাৰত

নিউজ ডেস্কঃ

News Desk by News Desk
November 2, 2024
Reading Time: 1 min read
A A
0
Child Rape case : চকলেটৰ লোভ দেখুৱাই আত্মীয়ৰ দ্বাৰাই শিশুক ধৰ্ষণ কৰি হত্যা, মৃতদেহ পুতি থ’লে পথাৰত

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

আত্মীয়ৰ বিৰুদ্ধে তিনি বছৰীয়া শিশুক ধৰ্ষণ (Three-year-old raped) কৰি হত্যাৰ অভিযোগ। কেৱল সেয়াই নহয়, শিশুটিক হত্যা (Killing the child) কৰাৰ পিছত তেওঁৰ মৃতদেহ পথাৰত পুতি থয়।  শুকুৰবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ। অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত (Tirupati in Andhra Pradesh) সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীৰ সূত্ৰ অনুসৰি, শিশুটিয়ে ঘৰৰ সন্মুখত খেলি থকাৰ সময়ত চুবুৰীৰ এজন যুৱকে তেওঁক চকলেটেৰে প্ৰলোভিত কৰি লগত লৈ যায়। শিশুটিৰ আত্মীয় হোৱাৰ বাবে যুৱকজনৰ লগত যাবলৈ মান্তি হৈছিল শিশুটি। কিন্তু তেতিয়াৰে পৰাই তেওঁ নিৰুদ্দেশ হৈ আছিল। পৰিয়ালৰ সূত্ৰৰ মতে, বাহিৰত শিশুটিক দেখা নোপোৱাত আশেপাশে থকা লোকসকলক খবৰ লোৱা হয়। অনুসন্ধানো চলোৱা হয়। কিন্তু দীৰ্ঘসময় ধৰি শিশুটিক বিচাৰি নোপোৱাত পিতৃ-মাতৃয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।

AP 1 | ASSAM TIMES POST
শিশুক ধৰ্ষণ কৰি হত্যা, মৃতদেহ পুতি থ’লে পথাৰত

তদন্তৰ অন্তত আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি দেখে যে শিশুটি যুৱক এজনৰ লগত গৈ আছে। তাৰ পৰাই শিশুটিৰ পৰিয়ালৰ সহায় লৈ যুৱকজনক চিনাক্ত কৰা হয়। ইয়াৰ পিছতে আৰক্ষীয়ে যুৱকজনক বিচাৰি আটক কৰি জেৰা আৰম্ভ কৰে। জেৰাত যুৱকজনে শিশুটিক ধৰ্ষণ আৰু হত্যাৰ কথা আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে।

কিন্তু শিশুটিৰ মৃতদেহৰ অৱস্থানৰ ক্ষেত্ৰত বিভ্ৰান্ত হৈ পৰে আৰক্ষী। অভিযুক্তক জেৰা কৰি তেওঁলোকে গম পায় যে যুৱকজনে নিজৰ ঘৰৰ পৰা কিছু দূৰৈৰ পথাৰত শিশুটিৰ মৃতদেহ পুতি থৈছে।  ইয়াৰ পিছতে আৰক্ষীয়ে তালৈ গৈ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে। এই ঘটনাত স্থানীয় বাসিন্দাসকল ক্ষুব্ধ হৈ পৰে। অভিযুক্তক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনায়।  আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰিছে।

Tags: ChildRapeCaseশিশুধৰ্ষণ
Share4Tweet3Send

Related Posts

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

by News Desk
July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

by News Desk
July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

by News Desk
July 3, 2026
50
Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

ADVERTISEMENT
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT