ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

জ্যেষ্ঠ সাংবাদিক মুকুল চন্দ্ৰ বৰুৱাৰ “সাংবাদিকৰ জলঙাইদি” শীর্ষক গ্রন্থ উন্মোচন

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
December 1, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

দেওবাৰে বিয়লি প্ৰায় ৪ বজাত  কাৰ্বি আংলং জিলাৰ জ্যেষ্ঠ সাংবাদিক মুকুল চন্দ্ৰ বৰুৱাৰ সাংবাদিকৰ জলঙাইদি শীর্ষক এখন গ্রন্থ আজি ডিফু ক্লাবত উন্মোচন কৰা হয়। কার্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্রছিং ক্র’ৱে  উন্মোচন কৰা গ্রন্থ উন্মোচনী সভাখন সঞ্চালনা কৰে  বিশিষ্ট কবি ধনেশ্বৰ ইংতিয়ে। বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং।

জ্যেষ্ঠ সাংবাদিক মুকুল চন্দ্ৰ বৰুৱাৰ "সাংবাদিকৰ জলঙাইদি" শীর্ষক গ্রন্থ উন্মোচন
জ্যেষ্ঠ সাংবাদিক মুকুল চন্দ্ৰ বৰুৱাৰ “সাংবাদিকৰ জলঙাইদি” শীর্ষক গ্রন্থ উন্মোচন

অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ কুসুম্বব বৰা, জ্যেষ্ঠ সাংবাদিক নগেন বৰা, বিশিষ্ট লেখক-সাংবাদিক পৱিত্র বৰা এই গ্রন্থ উন্মোচনী সভাত উপস্থিত থাকে। গ্রন্থ উন্মোচন কৰি চন্দ্রছিং ক্র’ৱে মুকুল চন্দ্র বৰুৱাৰ কাৰ্বি আংলঙব সামাজিক আৰু বৌদ্ধিক দিশত থকা অৰিহণাৰ কথা স্মৰণ কৰাৰ লগতে বৰুৱাই সম্পাদনা কৰা পাহাৰী দূত কাকতখনৰ সম্পর্কে বক্তব্য ৰাখে।

ড০ কুসুম্বৰ বৰুবাই এজন সাংবাদিকৰ গুণাগুণ সম্পর্কে এক সাৰুৱা বক্তব্য প্রদান কৰে। লেখকৰ কিতাপখন প্রকাশ সম্পর্কে প্রদান কৰা ভাষণত বৰুৱাই পাহাৰী দূত কাকতত তেওঁৰ দ্বাৰা লিখা সম্পাদকীয়সমূহ এই কিতাপখনত সন্নিবিষ্ট কৰা বুলি উল্লেখ কৰি বিভিন্ন সময়ত সমাজ জীৱনৰ ওপৰত আধাৰ কৰি এই সম্পাদকীয়সমূহ লিখা হৈছিল বুলি উল্লেখ কৰে। গ্রন্থখন সুধী সমাজে আকোঁৱালি লবলৈ আহ্বান জনায় ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অধ্যাপক ড০ কুসুম্বব বৰাঅসম বিশ্ববিদ্যালয়অসমীয়া বিভাগঅসমীয়া সাহিত্যউন্মোচনকবি ধনেশ্বৰ ইংতিকাৰ্বি আংলংকাৰ্বি আংলং সাংবাদিকতা.কাৰ্বি সাংস্কৃতিক সমাজগ্ৰন্থগ্ৰন্থ উন্মোচনী সভাগ্ৰন্থ প্ৰকাশচন্দ্রছিং ক্র'ৱেজলঙাইদিডিফু ক্লাবডিফু চৌহদৰডিফুৰ বিধায়কদেওবাৰনগেন বৰাপাহাৰী দূত কাকতপৱিত্র বৰাবিদ্যাছিং ইংলেংবিয়লিবৌদ্ধিক দিশমুকুল চন্দ্ৰ বৰুৱামুকুল চন্দ্ৰ বৰুৱাৰ অসমীয়া সাহিত্যসমাজ জীৱনসম্পাদকীয়সাংবাদিকসাংবাদিকতাসাংবাদিকৰ গুণাগুণসামাজিক দিশসাহিত্যসুধী সমাজ
Share5Tweet3Send

Related Posts

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
50
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
57
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
52
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
59
ADVERTISEMENT
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

September 13, 2026
50
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ
crime

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
50
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026
50
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

September 13, 2026
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d