ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

বিধায়ক দৰছিং ৰংহাঙৰ বিৰুদ্ধে সৰৱ কেএছএকে ধৰি কেইবাটাও দল-সংগঠন,  ডিফুত সংবাদমেল

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
January 12, 2025
Reading Time: 1 min read
A A
0
বিধায়ক দৰছিং ৰংহাঙৰ বিৰুদ্ধে সৰৱ কেএছএকে ধৰি কেইবাটাও দল-সংগঠন,  ডিফুত সংবাদমেল

RELATED POSTS

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

New Logo Smal 1 | ASSAM TIMES POST

দেওবাৰে দিনৰ প্ৰায় ২ বজাত  ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰে কেএছএ, কেএছৱাইচি, জাকাচকে  ধৰি কেইবাটাও দল সংগঠনে ৷ সংবাদমেল সম্বোধন কৰি হাওৰাঘাটৰ বিধায়ক  দৰছিং ৰংহাঙৰ বিৰুদ্ধে  সংগঠন সমূহৰ নেতা সকলে তীব্ৰ ক্ষোভ উজাৰে ৷ সংগঠন কেইটাৰ নেতা সকলে অভিযোগ কৰা অনুসৰি বিধায়ক গৰাকীয়ে কালি ৰাজহুৱা সভাত সংগঠন কেইটাক দুটা অসাংবিধানিক শব্দৰে তাচ্ছিল্য মন্তব্য কৰিছিল ৷

বিধায়ক দৰছিং ৰংহাঙৰ বিৰুদ্ধে সৰৱ কেএছএকে ধৰি কেইবাটাও দল-সংগঠন,  ডিফুত সংবাদমেল
বিধায়ক দৰছিং ৰংহাঙৰ বিৰুদ্ধে সৰৱ কেএছএকে ধৰি কেইবাটাও দল-সংগঠন,  ডিফুত সংবাদমেল

এটা ‘পাগলা’ আনটো কাৰ্বি সমাজত একেবাৰে বেয়া অৰ্থত ব্যৱহাৰ কৰা শব্দৰে কৰিছিল তাচ্ছিল্য কৰা বুলি অভিযোগ উত্থাপন কৰে বিধায়ক গৰাকীৰ বিৰুদ্ধে ৷ তাকে লৈ ডিফুত সংবাদ মেলত সংগঠন কেইটাই বিধায়ক দৰছিং ৰংহাঙক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে ৷  লগতে বিধায়ক  দৰছিং ৰংহাঙক ৰাজহুৱাভাৱে ক্ষমা খোজাৰো দাবী জনায়  সংগঠন কেইটাই ৷ 

অন্যথা দৰছিং ৰংহাঙৰ বিৰুদ্ধে থকা অভিযোগসমূহ ৰাজহুৱা কৰাৰ হুংকাৰ দিলে সংগঠন কেইটাই ৷ উল্লেখযোগ্য যে কাৰ্বি আংলঙৰ পিজিআৰ- ভিজিআৰ  বেদখলমুক্ত কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী গ্ৰহন কৰি আহিছে সংগঠন কেইটাই ৷  ২ জানুৱাৰীত পিজিআৰ- ভিজিআৰ উচ্ছেদৰ দাবীত সংগঠন কেইটাই ৰাজহুৱা মুণ্ডন কাৰ্যসূচী গ্ৰহণ কৰিছিল৷  তাকে লৈ MLAগৰাকীয়ে সংগঠন কেইটাক এনে অসাংবিধানিক শব্দৰে আক্ৰমণ কৰাৰ অভিযোগ তোলে সংগঠন কেইটাৰ নেতৃ বৰ্গই ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: MLAঅভিযোগঅসমঅসমীয়া সংবাদঅসাংবিধানিক শব্দকাৰ্বি সমাজকেএছএকেএছৱাইচিক্ষমা খোজাগৰিহনাজাকাচকজিলা প্ৰেছ ক্লাৱডিফুতাচ্ছিল্য মন্তব্যতীব্ৰ ক্ষোভদেওবাৰধৰ্ণা কাৰ্যসূচীনেতৃ বৰ্গপাগলাপিজিআৰবিধায়ক দৰছিং ৰংহাঙবেদখলমুক্তভিজিআৰসংগঠনসংবাদমেলৰাজনৈতিক সমস্যাৰাজহুৱাৰাজহুৱা মুণ্ডনৰাজহুৱা সভা
Share9Tweet6Send

Related Posts

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
58
Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

by News Desk
October 1, 2026
56
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
71
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
63
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
ADVERTISEMENT
Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান
DIPHU

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
50
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট
Assam

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
50
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026
50
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

October 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d