ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নাবালিকা ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ ধৰ্মগুৰু

ASSAM TIMES POST by ASSAM TIMES POST
January 30, 2020
Reading Time: 1 min read
A A
0
নাবালিকা ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ ধৰ্মগুৰু

logo atp | ASSAM TIMES POSTASSAM TIMES POST
নিউজ ডেস্কঃ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল স্বঘোষিত এজন ধৰ্মগুৰু৷ বৃহস্পতিবাৰে হাৰিয়ানাৰ পঞ্চকুলাৰ নামৰ এক আশ্ৰমৰ পৰা ধৰ্মগুৰু লক্ষ্মানন্দক গ্ৰেপ্তাৰ কৰে৷ আশ্ৰমৰ দুগৰাকী নাবালিকাক ধৰ্মগুৰুজনে ধৰ্ষণ কৰিছিল বুলি প্ৰকাশ৷ পকছো আইনত এই ধৰ্মগুৰুজনক অভিযুক্ত কৰা হৈছে৷ তিনি দিন ধৰি ধৰ্মগুৰুজনে নাবালিকা দুগৰাকীক ধৰ্ষণ কৰিছিল বুলি অভিযোগত প্ৰকাশ৷ নাবালিকাই মাতৃক বিষয়টো অৱগত কৰাৰ পাছত আৰক্ষীক অভিযোগ দিয়ে৷ বৃহস্পতিবাৰে ধৰ্মগুৰুজনক গ্ৰেপ্তাৰ কৰে৷

RELATED POSTS

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

Tags: FeaturedFeatured2
Share5Tweet3Send

Related Posts

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ
National-International

by Staff Reporter
July 12, 2026
50
এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে
National-International

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

by Staff Reporter
July 12, 2026
50
২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা
National-International

২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

by Staff Reporter
July 12, 2026
50
তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি
National-International

Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

by News Desk
July 11, 2026
50
ADVERTISEMENT
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ
National-International

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

July 12, 2026
50
এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে
National-International

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

July 12, 2026
50
২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা
National-International

২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

July 12, 2026
50
তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট
National-International

তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট

July 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

July 12, 2026
এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

July 12, 2026
২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

July 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT