ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

SC slams Alahabad HC । স্তনত চেপি ধৰা, পায়জামাৰ ৰছী খোলা ধৰ্ষণৰ চেষ্টা নহয়, এলাহাবাদ হাইকোৰ্টৰ ৰায়ক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 27, 2025
Reading Time: 1 min read
A A
0
Allahabad High Court I মুছলমানৰ বাবে অবিবাহিত সহবাস ‘হাৰাম’, আদালতৰ পৰ্যবেক্ষণ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

উচ্চতম ন্যায়ালয়ে বুধবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ (Allahabad High Court) ধৰ্ষণ সম্পৰ্কীয় এক ৰায় স্থগিত ৰাখে । এলাহাবাদ উচ্চ ন্যায়ালয়ে শেহতীয়া এক ৰায়ত কৈছিল যে এগৰাকী মহিলাৰ স্তনত চেপা দিয়া বা পাইজামাৰ ৰছা খোলাটো ধৰ্ষণৰ চেষ্টা বুলি গণ্য কৰিব নোৱাৰি।

SC slams Alahabad HC ।
এলাহাবাদ হাইকোৰ্টৰ ৰায়ক সমালোচনা উচ্চতম ন্যায়ালয়ৰ:

এগৰাকী কিশোৰীক এটি কালভাৰ্টৰ তললৈ টানি নি তেওঁক যৌন আতিশয্যা চলোৱাৰ প্ৰসংগত উক্ত ৰায় প্ৰদান কৰি উচ্চ ন্যায়ালয়ে কৈছিল যে সেয়া ধৰ্ষণ বা ধৰ্ষণৰ চেষ্টা হিচাপে গণ্য কৰিবলৈ যথেষ্ট নহয়।

ন্যায়াধীশ বি আৰ গাভাই আৰু এ জি মাছিৰ বিচাৰপীঠে কয়, “আমি অতি দুখেৰে ক’বলৈ বাধ্য যে উক্ত ক্ৰমৰ কিছুমান পৰ্যবেক্ষণত যিয়ে ৰায়দান লিখিছে, সেয়াই তেওঁৰ সম্পূৰ্ণ অসংবেদনশীলতা উন্মোচন কৰে, যিটো গ্ৰহণযোগ্য নহয়।”

এই সন্দৰ্ভত মঙলবাৰে উচ্চতম ন্যায়ালয়ে স্বতপ্ৰণোদিত গোচৰ ৰুজু কৰে। আদালতে পৰ্যবেক্ষণ কৰে যে ১৭ মাৰ্চৰ ৰায়দান তাৎক্ষণিকভাৱে লিপিবদ্ধ হোৱা নাছিল। সেয়া চাৰি মাহৰ সংৰক্ষণৰ পিছত দিয়া হৈছিল, যিটো ন্যায়াধীশগৰাকীৰ মনোযোগৰ সাক্ষী।

বিচাৰপীঠে কয় যে যিহেতু এই পৰ্যবেক্ষণসমূহ “আইনৰ মৌলিক নীতিৰ বিপৰীত আৰু গুৰুতৰভাৱে অমানৱীয়” গতিকে তেওঁলোকে ইয়াক একাষৰীয়া কৰাৰ পক্ষত আছে। তদুপৰি, উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, উত্তৰ প্ৰদেশ চৰকাৰ আৰু উচ্চ ন্যায়ালয়ৰ পক্ষসমূহক জাননী জাৰি কৰি ছলিচিটৰ জেনেৰেলৰ সহায় বিচাৰিছিল।

এই ক্ষেত্ৰত ছলিচিটৰ জেনেৰেলও উচ্চতম ন্যায়ালয়ৰ পক্ষ লয়।
উল্লেখ্য যে ২০২২ চনৰ জানুৱাৰী মাহত উত্তৰ প্ৰদেশৰ কাছগঞ্জৰ পক্সো (POCSO) আদালতত এগৰাকী মহিলাই তিনিজন পুৰুষৰ বিৰুদ্ধে ধৰ্ষণ আৰু ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰি এগোচৰ ৰুজু কৰিছিল।

২০২১ চনৰ ১০ নৱেম্বৰত গাঁৱৰে দুজন যুৱকে তেওঁৰ কন্যাক মটৰবাইকেৰে ঘৰলৈ যোৱাৰ প্ৰস্তাৱ দিছিল বুলি এজাহাৰত অভিযোগ কৰে। আনহাতে, ছোৱালীজনী অহাৰ লগে লগে যুৱককেইজনে তেওঁৰ স্তনত ধৰি পায়জামাৰ ৰছী ছিঙি কালভাৰ্টৰ তললৈ টানি লৈ যোৱাৰ অভিযোগ কৰা হৈছিল।

এই ঘটনাত কাছগঞ্জ আদালতে যুৱককেইজনৰ বিৰুদ্ধে ধৰ্ষণ আৰু POCSO আইনৰ অধীনত অভিযোগ দাখিল কৰে। কিন্তু এলাহাবাদ উচ্চ ন্যায়ালয়ে এই নিৰ্দেশৰ পৰিৱৰ্তন কৰি তেওঁলোকৰ বিৰুদ্ধে ধৰ্ষণৰ পৰিৱৰ্তে অশ্লীল আক্ৰমণৰ অভিযোগ উত্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে।

Tags: এলাহাবাদ হাইকোৰ্টৰ ৰায়কপায়জামাৰ ৰছী খোলা ধৰ্ষণৰ চেষ্টা নহয়সমালোচনা উচ্চতম ন্যায়ালয়ৰস্তনত চেপি ধৰা
Share4Tweet3Send

Related Posts

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

by News Desk
June 29, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

by News Desk
June 29, 2026
50
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ
National-International

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

by News Desk
June 29, 2026
50
Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত

ADVERTISEMENT
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026
50
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ
National-International

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

June 29, 2026
50
Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫
National-International

Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT