ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

এচকল মাছ খাই ২৩ বছৰীয়া গাভৰু হ’লগৈ বৃদ্ধা

ASSAM TIMES POST by ASSAM TIMES POST
February 1, 2020
Reading Time: 1 min read
A A
0
এচকল মাছ খাই ২৩ বছৰীয়া গাভৰু হ’লগৈ বৃদ্ধা

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট

নিউজ ডেস্কঃ

মাত্ৰ অকনমাণ মাছ খোৱাৰ পাছতে এগৰাকী ষোড়শী গাভৰু বৃদ্ধালৈ ৰূপান্তৰিত হ’ল৷ ঘটনাটো অলৌকিক যেন লাগিলেও সত্য৷ এই ঘটনা সংঘটিত হয় ভিয়েটনামত৷ এগৰাকী ২৩ বছৰীয়া গাভৰুয়ে খাইছিল এচকল মাছ৷ তাৰ পাছৰ পৰাই গাভৰু গৰাকীৰ জীৱনলৈ নামি আহে বিপৰ্যয়৷

WhatsApp Image 2020 02 01 at 14.05.43 | ASSAM TIMES POST

২৩ বছৰীয়া গাভৰুগৰাকী হৈ পৰে ৭৩ বছৰীয়া বৃদ্ধাৰ দৰে৷ মধ্যাহ্ন ভোজনত মাছ খাইছিল গৃহিণী থি ফুয়ঙে৷ তাৰ পাছৰে পৰা তেওঁৰ শৰীৰৰ পৰিবৰ্তন আহে৷ তেওঁৰ শৰীৰত এলাৰ্জী হয়৷ ইপিনে, চিকিৎসালয়লৈ যাব পৰা অৱস্থা নাই৷ এখন ফাৰ্মাচীৰ পৰা ঔষধ কিনি আনি খালে৷ কিন্তু কামত নাহিল৷ লাহে লাহে এলাৰ্জী বাঢ়িবলৈ ধৰিলে৷ সেয়া ২০০৮ চনৰ ঘটনা৷ তাৰ ১২ বছৰ ধৰি তেওঁৰ শৰীৰত ৰোগ বৃদ্ধি পাবলৈ ধৰিলে৷

এতিয়া নিজৰ অৱস্থা দেখি কান্দি উঠে গাভৰুগৰাকীয়ে৷ চিকিৎসকৰ মতে গাভৰুগৰাকী বিৰল লাইপোডিছট্ৰফি ৰোগত আক্ৰান্ত হয়৷ এই ৰোগৰ কোনো চিকিৎসা নাই৷ সমগ্ৰ বিশ্বত প্ৰায় দুহেজাৰ লোক এই ৰোগত আক্ৰান্ত৷ এই ৰোগত চালৰ তলত কোষৰ স্তৰ সৃষ্টি হয়৷ ফলত বৃদ্ধাৰ দিশে গতি কৰে৷

Tags: FeaturedFeatured2
Share5Tweet3Send

Related Posts

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে
National-International

by Staff Reporter
July 12, 2026
50
২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা
National-International

২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

by Staff Reporter
July 12, 2026
50
তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট
National-International

তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট

by Staff Reporter
July 12, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

by News Desk
July 11, 2026
50
Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি
National-International

Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

by News Desk
July 11, 2026
50
‎Boat accident in Vietnam : ভিয়েটনামত নাও ডুবি ভাৰতীয় পৰ্যটকৰ মৃত্যু
National-International

‎Boat accident in Vietnam : ভিয়েটনামত নাও ডুবি ভাৰতীয় পৰ্যটকৰ মৃত্যু

by News Desk
July 11, 2026
50
ADVERTISEMENT
এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে
National-International

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

July 12, 2026
50
২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা
National-International

২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

July 12, 2026
50
তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট
National-International

তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট

July 12, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

July 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

July 12, 2026
২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

July 12, 2026
তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট

তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট

July 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT