ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

High alert in Jammu Kashmir I কাশ্মীৰত আক্ৰমণৰ পৰিকল্পনাকাৰী আই এছ আই নেকি? আৰক্ষী, ৰে’লৱে, প্ৰব্ৰজিত শ্ৰমিকক আক্ৰমণৰ সতৰ্কবাণী চোৰাংচোৱাৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 26, 2025
Reading Time: 1 min read
A A
0
Pahalgam terrorist attack । ৩৫ বছৰৰ পাছত পহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদত কাশ্মীৰত বন্ধ পালন

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আয়ে জম্মু-কাশ্মীৰত (JK High Alert) আক্ৰমণৰ পৰিকল্পনা কৰিছে। সন্ত্ৰাসবাদীয়ে বিশেষকৈ শ্ৰীনগৰ আৰু গেণ্ডৰবালক আক্ৰমণৰ স্থান হিচাপে বাছি ল’ব পাৰে। এইবাৰ লক্ষ্য ৰে’লৱে, কাশ্মীৰী পণ্ডিত, প্ৰব্ৰজিত শ্ৰমিক আৰু আৰক্ষী। চোৰাংচোৱাৰ সতৰ্কবাণীৰ পিছত সমগ্ৰ কাশ্মীৰত হাই এলাৰ্ট জাৰি কৰা হৈছে।

High alert in Jammu Kashmir I
কাশ্মীৰত আক্ৰমণৰ পৰিকল্পনাকাৰী আই এছ আই নেকি?:

লগতে সহযোগী চোৰাংচোৱা ব্যুৰো (এছ আই বি) আৰু ৰে’লৱে সুৰক্ষা বাহিনী (আৰ পি এফ) উত্তৰ ৰে’লৱেয়ো এক অধিসূচনা জাৰি কৰিছে। আৰ পি এফৰ এজন শীৰ্ষ বিষয়াই দাবী কৰিছে যে অকাশ্মীৰী লোক, আৰক্ষী, আৰু কাশ্মীৰী পণ্ডিতক লক্ষ্য কৰি লোৱা হ’ব পাৰে। বিশেষকৈ শ্ৰীনগৰ আৰু গণ্ডাৰবলত।

সূত্ৰৰ পৰা জানিব পৰা মতে, ২১ এপ্ৰিলৰ সন্ধিয়া বান্দিপোৰাত ৰে’ল লাইনৰ কাষেৰে খোজকাঢ়ি যোৱা অৱস্থাত হাশ্বাৰ পাৰে ওৰফে হামজা নামৰ এজন স্থানীয় সন্ত্ৰাসবাদীক দেখা গৈছিল।

বাৰামুল্লা জিলাৰ ক্ৰীৰি গাঁৱৰ পৰা পট্টন অভিমুখে গৈ থকা দেখা গৈছিল তেওঁক। হামজাৰ সৈতে সন্ত্ৰাসবাদীক সমৰ্থন কৰা আন এজন ব্যক্তিও আছিল। সূত্ৰই দাবী কৰিছে যে দুয়োজনেই অস্ত্ৰধাৰী আছিল।

আৰ পি এফৰ সূত্ৰটোৱে দাবী কৰিছে যে নিৰ্ভৰযোগ্য সূত্ৰ আৰু চোৰাংচোৱা সংস্থাই জনাইছে যে সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনী আৰু অনা কাশ্মীৰীক লক্ষ্য কৰি ল’ব পাৰে। আৰু এই আক্ৰমণৰ পৰিকল্পনা কৰিছে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আয়ে।
উত্তৰ, মধ্য আৰু দক্ষিণ কাশ্মীৰত সন্ত্ৰাসবাদী সক্ৰিয় হৈ পৰা বুলি লগতে সতৰ্কবাণী জাৰি কৰা হৈছে।

কাশ্মীৰত প্ৰব্ৰজিত ৰে’ল শ্ৰমিকৰ ওপৰত আক্ৰমণৰ আশংকা প্ৰকাশ কৰিছে। প্ৰয়োজন নহ’লে আৰ পি এফৰ বেৰেকৰ পৰা ওলাই নাযাবলৈ আৰ পি এফ জোৱান আৰু বিষয়াসকলক নিৰ্দেশনা জাৰি কৰা হৈছে।

Tags: আই এছ আই নেকি?আৰক্ষীকাশ্মীৰত আক্ৰমণৰ পৰিকল্পনাকাৰীপ্ৰব্ৰজিত শ্ৰমিকক আক্ৰমণৰসতৰ্কবাণী চোৰাংচোৱাৰৰে’লৱে
Share4Tweet3Send

Related Posts

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

by News Desk
June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

by Staff Reporter
June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

by Staff Reporter
June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

by Staff Reporter
June 14, 2026
50
‎ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাবিক I জাহাজত অসুস্থ হৈ এজনৰ মৃত্যু  ‎
National-International

‎ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাবিক I জাহাজত অসুস্থ হৈ এজনৰ মৃত্যু ‎

by Staff Reporter
June 14, 2026
50
Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

by News Desk
June 13, 2026
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx