ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sheikh Hasina I শ্বেখ হাছিনাৰ শাস্তি ঘোষণা বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 2, 2025
Reading Time: 1 min read
A A
0
Sheikh Hasina I শ্বেখ হাছিনাৰ শাস্তি ঘোষণা বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক (Sheikh Hasina) শাস্তি প্ৰদানৰ কথা ঘোষণা কৰিছে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে। আদালত অৱমাননাৰ গোচৰত ছমাহৰ কাৰাদণ্ড বিহা হৈছে তেওঁক। অৱশ্যে সশ্ৰম নহয়, সাধাৰণ কাৰাদণ্ড।

Sheikh Hasina I
শ্বেখ হাছিনাৰ শাস্তি ঘোষণা বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ:

বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ তিনিজনীয়া বিচাৰপীঠে বুধবাৰে এই নিৰ্দেশ দিয়ে। ইয়াৰ নেতৃত্বত আছিল ন্যায়াধীশ মহম্মদ গোলাম মৰ্তুজা মজুমদাৰ। বাংলাদেশৰ সংবাদ মাধ্যম প্ৰথম আলোৱে এই তথ্য প্ৰকাশ কৰিছে।

ন্যায়াধীশ মৰ্তুজাৰ উপৰি আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত ন্যায়াধীশ মহম্মদ চফিউল আলম মাহমুদ আৰু ন্যায়াধীশ মহম্মদ মহিতুল হক এনাম চৌধুৰীও অন্তৰ্ভুক্ত আছিল। হাছিনাক দোষী সাব্যস্ত কৰা আদালত অৱমাননাৰ গোচৰত আনজন অভিযুক্ত আছিল গোবিন্দগঞ্জৰ চাকিল আকন্দ বুলবুল ওৰফে মহম্মদ চাকিল আলম।

লগতে তেওঁকো দোষী সাব্যস্ত কৰা হয়। দুমাহৰ সাধাৰণ কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হয়। যোৱা বছৰৰ ৫ আগষ্টত বাংলাদেশত তীব্ৰ গণ আন্দোলনৰ ৰোষত হাছিনাই প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰি বাংলাদেশ এৰি ভাৰতলৈ গুচি আহে।

তেতিয়াৰে পৰাই তেওঁ ভাৰতত আছে। তেওঁক প্ৰত্যৰ্পণ কৰিবলৈ নতুন দিল্লীৰ সৈতে যোগাযোগ কৰি আহিছে ঢাকাই। বাংলাদেশত হাছিনাৰ বিৰুদ্ধে কেইবাটাও গোচৰ চলি আছে। ক্ষমতাত থকাৰ সময়ত ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে। তেওঁ বল প্ৰয়োগ কৰি বিৰোধীক দমন কৰিছিল।

এইবোৰৰ সৈতে জড়িত অভিযোগৰ বিচাৰ চলি আছে বাংলাদেশৰ আদালতত। হাছিনাক উৎখাত কৰাৰ পিছত বাংলাদেশত নোবেল বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ ক্ষমতালৈ আহে। চৰকাৰৰ লক্ষ্য হৈছে দেশত প্ৰয়োজনীয় সংস্কাৰ সাধন কৰি সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা।

ইতিমধ্যে বাংলাদেশৰ ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিছে। অৱশ্যে অহা বছৰৰ এপ্ৰিলৰ পূৰ্বে বাংলাদেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কোনো সম্ভাৱনা নাই বুলি উল্লেখ কৰিছে ইউনুছে। এপ্ৰিলৰ আৰম্ভণিতে হ’ব পাৰে নিৰ্বাচন। বি এন পিকে ধৰি বিৰোধীয়ে এই ঘোষণাৰ বিৰোধিতা কৰিছে। ডিচেম্বৰ মাহত নিৰ্বাচনৰ দাবী জনাইছে।

নিৰ্বাচনক লৈ সৃষ্টি হোৱা উত্তেজনাৰ সমান্তৰালভাৱে হাছিনাৰ বিৰুদ্ধেও গোচৰ চলি আছে। তেনে এটা গোচৰত হাছিনাক শাস্তি দিয়াৰ কথা বুধবাৰে ঘোষণা কৰা হয়।

Tags: আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰশ্বেখ হাছিনাৰ শাস্তি ঘোষণা বাংলাদেশৰ
Share4Tweet3Send

Related Posts

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

by News Desk
July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

by News Desk
July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

by News Desk
July 3, 2026
50
Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

ADVERTISEMENT
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT