ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Israel attack on Iran : মোদী ইজৰাইলত থকাৰ সময়ত নেতানিয়াহুৰ চৰকাৰে ইৰাণক আক্ৰমণ কৰাৰ সিদ্ধান্ত লোৱা নাছিল, স্পষ্ট কৰিলে ইজৰাইলৰ ৰাষ্ট্ৰদূতে

News Desk by News Desk
March 4, 2026
Reading Time: 1 min read
A A
0
Israel attack on Iran : মোদী ইজৰাইলত থকাৰ সময়ত নেতানিয়াহুৰ চৰকাৰে ইৰাণক আক্ৰমণ কৰাৰ সিদ্ধান্ত লোৱা নাছিল, স্পষ্ট কৰিলে ইজৰাইলৰ ৰাষ্ট্ৰদূতে

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা

Police officer corruption : আৰক্ষী বিষয়াৰ সম্পত্তিৰ পাহাৰ; ৩০০ কোটিৰ সম্পত্তি, দুখন ৰাজ্যত কেইবাটাও বাংলো, ফ্লেট আৰু ৰিজ’ৰ্ট

ইজৰাইল (Israel)ৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উভতি (Modi returned) অহাৰ দুদিন পিছত ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ (Attack on Iran) চলায়। অৱশ্যে ইজৰাইলৰ ৰাষ্ট্ৰদূতগৰাকীয়ে দাবী কৰে যে মোদীৰ ভ্ৰমণৰ সময়ত ইজৰাইল চৰকাৰে ইৰাণক আক্ৰমণ কৰাৰ সিদ্ধান্ত লোৱা নাছিল। ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰেউভান আজাৰে ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ক জনোৱা মতে, মোদীয়ে ইজৰাইল এৰি যোৱাৰ দুদিন পিছতে বেঞ্জামিন নেতানিয়াহু চৰকাৰে ইৰাণক আক্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল।

যোৱা বুধবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ইজৰাইললৈ গৈছিল মোদী। বৃহস্পতিবাৰে ঘৰলৈ উভতি আহে। আনহাতে, ইজৰাইলৰ সেনাই শনিবাৰে পুৱাৰে পৰা ইৰাণক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। কূটনৈতিক সমাজৰ এটা অংশই দাবী কৰে যে এই পৰিৱৰ্তন ভাৰতৰ বাবে অস্বস্তিকৰ। ইয়াৰ ফলত ভাৰতৰ সুষম কূটনীতিৰ ক্ষতি হ’ব বুলি তেওঁলোকৰ দাবী। অৱশ্যে আজাৰে স্পষ্টকৈ উল্লেখ কৰিছে যে মোদীৰ ভ্ৰমণৰ সময়ত ইৰাণক আক্ৰমণ কৰাৰ সিদ্ধান্ত লোৱা হোৱা নাছিল। সেয়ে এই বিষয়ত ইজৰাইল আৰু ভাৰতৰ মাজত কোনো আলোচনা হোৱা নাছিল।

attack 1 | ASSAM TIMES POST
মোদী ইজৰাইলত থকাৰ সময়ত নেতানিয়াহুৰ চৰকাৰে ইৰাণক আক্ৰমণ কৰাৰ সিদ্ধান্ত লোৱা নাছিল, স্পষ্ট কৰিলে ইজৰাইলৰ ৰাষ্ট্ৰদূতে

ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূতে কয়, “প্ৰধানমন্ত্ৰী মোদী (ইজৰাইলৰ পৰা) যোৱাৰ পিছত আমাৰ ওচৰলৈ সামৰিক সুযোগ আহিছিল। এই ভ্ৰমণৰ সময়ত আমি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বিভিন্ন আঞ্চলিক বিষয়ত আলোচনা কৰিছিলো। কিন্তু যি আমি নিজেই জনা নাছিলো সেই বিষয়ে আলোচনা হোৱা নাছিল।” আজাৰে লগতে দাবী কৰে যে শনিবাৰে ইজৰাইলৰ কেবিনেটৰ নিৰাপত্তা কমিটীয়ে (Security Cabinet) ইৰাণৰ ওপৰত কৰা আক্ৰমণত অনুমোদন জনাইছে।

নিজৰ বক্তব্যত আজাৰে ‘সঠিক মুহূৰ্ত’ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ দাবী কৰে যে ইৰাণৰ পৰা অহা নিৰাপত্তাজনিত বিপদৰ কথা মনত ৰাখি ইজৰাইলে ক্ৰমান্বয়ে চোৰাংচোৱা তথ্য সংগ্ৰহৰ ক্ষমতা বৃদ্ধি কৰিছে। একেদৰে সামৰিক দিশতো শক্তিশালী হ’বলৈ চেষ্টা কৰিছে। তেওঁ কয় যে ইৰাণক আক্ৰমণ কৰাৰ সিদ্ধান্ত ‘সঠিক মুহূৰ্ত’ বিবেচনা কৰি লোৱা হৈছে। আজাৰৰ বক্তব্যৰ মূল কথা হ’ল, ইজৰাইল চৰকাৰে দীৰ্ঘম্যাদী পৰিকল্পনাৰ ভিত্তিত নহয়, সময় আৰু সুযোগৰ সুবিধা লৈ ইৰাণক আক্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল।

Tags: IsraelttackIran
Share4Tweet3Send

Related Posts

Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ
National-International

Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

by News Desk
July 7, 2026
50
Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা
National-International

Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা

by News Desk
July 7, 2026
50
Police officer corruption : আৰক্ষী বিষয়াৰ সম্পত্তিৰ পাহাৰ; ৩০০ কোটিৰ সম্পত্তি, দুখন ৰাজ্যত কেইবাটাও বাংলো, ফ্লেট আৰু ৰিজ’ৰ্ট
National-International

Police officer corruption : আৰক্ষী বিষয়াৰ সম্পত্তিৰ পাহাৰ; ৩০০ কোটিৰ সম্পত্তি, দুখন ৰাজ্যত কেইবাটাও বাংলো, ফ্লেট আৰু ৰিজ’ৰ্ট

by News Desk
July 7, 2026
50
Microsoft : মাইক্ৰ’ছফ্টত পুনৰ ৪,৮০০ কৰ্মীক অব্যাহতি
National-International

Microsoft : মাইক্ৰ’ছফ্টত পুনৰ ৪,৮০০ কৰ্মীক অব্যাহতি

by News Desk
July 7, 2026
50
PM Modi : ইণ্ডোনেছিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে কেইবাটাও চুক্তি স্বাক্ষৰিত
National-International

PM Modi : ইণ্ডোনেছিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে কেইবাটাও চুক্তি স্বাক্ষৰিত

by News Desk
July 7, 2026
50
Hamas : নিশ্চিহ্ন হৈ যাব হামাছ, কঠোৰ সতৰ্কবাণী জাৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
National-International

Hamas I  দুটা দশকৰ শাসনৰ অন্ত, গাজাৰ শাসন ত্যাগ হামাছৰ

by Staff Reporter
July 7, 2026
50
ADVERTISEMENT
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

July 7, 2026
50
Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ
National-International

Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

July 7, 2026
50
Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’
Social Media

Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

July 7, 2026
50
Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা
National-International

Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা

July 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

July 7, 2026
Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

July 7, 2026
Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

July 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx