ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Iran crisis I হৰমুজ প্ৰণালীৰ দুয়োপাৰে আবদ্ধ ৩৭ ভাৰতীয় জাহাজ, ১০০০ নাৱিক আৰু নৌসেনাৰ জোৱানো আবদ্ধ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 5, 2026
Reading Time: 1 min read
A A
0
Iran crisis I হৰমুজ প্ৰণালীৰ দুয়োপাৰে আবদ্ধ ৩৭ ভাৰতীয় জাহাজ, ১০০০ নাৱিক আৰু নৌসেনাৰ জোৱানো আবদ্ধ

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা

Police officer corruption : আৰক্ষী বিষয়াৰ সম্পত্তিৰ পাহাৰ; ৩০০ কোটিৰ সম্পত্তি, দুখন ৰাজ্যত কেইবাটাও বাংলো, ফ্লেট আৰু ৰিজ’ৰ্ট

Microsoft : মাইক্ৰ’ছফ্টত পুনৰ ৪,৮০০ কৰ্মীক অব্যাহতি

আমেৰিকা-ইৰাণৰ যুদ্ধ (Iran Crisis) পৰিস্থিতিত আবদ্ধ হৈ আছে ৩৭ খন ভাৰতীয় জাহাজ। ইৰাণে হৰমুজ প্ৰণালী ‘বন্ধ’ কৰাৰ বাবে আন বহু জাহাজৰ লগতে এই জাহাজসমূহেও সমস্যাৰ সন্মুখীন হৈছে। এই জাহাজসমূহ পাৰ্চী উপসাগৰ, ওমান উপসাগৰ আৰু কাষৰীয়া সাগৰত আবদ্ধ হৈ আছে।

Iran crisis I
হৰমুজ প্ৰণালীৰ দুয়োপাৰে আবদ্ধ ৩৭ ভাৰতীয় জাহাজ:

কোৱা হৈছে যে ভাৰতীয় পতাকা থকা এই জাহাজসমূহত ১০০০ৰো অধিক নাৱিক আৰু নৌসেনাৰ জোৱান আছে। ইয়াৰে কিছুমান জাহাজে ভাৰতীয় বন্দৰলৈ ইন্ধন তেল আৰু লিকুইড নাইট্ৰ’জেন গেছ (এল এন জি) কঢ়িয়াই লৈ ফুৰিছে। কিছুমান জাহাজে পাৰস্য উপসাগৰীয় দেশৰ পৰা পেট্ৰ’লিয়াম সামগ্ৰী আনিবলৈ গৈ আছে।

শেহতীয়া পৰিস্থিতিত এই জাহাজসমূহে সমস্যাৰ সন্মুখীন হৈছে। ভাৰতীয় ৰাষ্ট্ৰীয় জাহাজ মালিক সন্থায়ো আবদ্ধ ভাৰতীয় জাহাজক লৈ উদ্বেগ প্ৰকাশ কৰিছে। এই সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক হস্তক্ষেপ কৰিবলৈও সংগঠনটোৱে অনুৰোধ জনাইছে।

জাহাজ মালিক সন্থাই এক বিবৃতিত কয় যে দেশৰ প্রয়োজনীয়তা পূৰণৰ বাবে প্রায় ৩৭ খন ভাৰতীয় পতাকা থকা জাহাজ পশ্চিম এছিয়াত আছে৷ কিন্তু জাহাজবোৰত ইতিমধ্যে বোজাই কৰা হৈছে। কিছুমানে সামগ্ৰী লোড কৰিবলৈ গৈ আছে।

তেওঁলোকে বিবৃতিটোত লিখিছে, “এই জাহাজসমূহ হৰমুজ প্ৰণালীৰ দুয়োপাৰে আছে। আমি চৰকাৰক আহ্বান জনাইছো যে এই জাহাজসমূহে যাতে নিৰাপদে হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হ’ব পাৰে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰক।”

ভাৰতৰ জাহাজ নিয়ন্ত্ৰক জাহাজ পৰিবহণ সঞ্চালকালয়েও এই পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে। জাহাজ কোম্পানীৰ সৈতে নিয়মীয়াকৈ যোগাযোগত আছে।

সংবাদ সংস্থা পি টি আইৰ তথ্য অনুসৰি, পশ্চিম এছিয়াৰ সংঘাতত বিদেশী জাহাজত কমেও তিনিজন ভাৰতীয় নাৱিকৰ মৃত্যু হৈছে। আহত হৈছে এজন লোক। জানিব পৰা মতে, ইতিমধ্যে জাহাজ মন্ত্ৰালয়ে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰাখিবলৈ আৰু ভাৰতীয় নাৱিকসকলক দ্ৰুত সহায় আগবঢ়াবলৈ দ্ৰুত সঁহাৰিৰ দল গঠন কৰি আছে।

বুধবাৰে ইৰাণৰ ‘ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড’-এ দাবী কৰে যে তেওঁলোকে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে দখল কৰিছে। উক্ত খবৰ প্ৰকাশ হোৱাৰ লগে লগে বিশ্বৰ বহু দেশ স্তম্ভিত হৈ পৰে।

বৰ্তমান হৰমুজ প্ৰণালীৰ দুয়োকাষে শ শ জাহাজ আবদ্ধ হৈ আছে। আগবাঢ়িবও পৰা নাই, পিছুৱাবও পৰা নাই। ইৰাণে আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে হৰমুজ প্ৰণালীত জাহাজ চলাচল স্থবিৰ হৈ পৰিছে। ভাৰতৰ দৰে আমেৰিকাৰ জাহাজবোৰো তাৰ মাজত আছে।

Tags: জোৱানো আবদ্ধহৰমুজ প্ৰণালীৰ দুয়োপাৰে আবদ্ধ১০০০ নাৱিক আৰু নৌসেনাৰ৩৭ ভাৰতীয় জাহাজ
Share4Tweet3Send

Related Posts

Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা
National-International

Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা

by News Desk
July 7, 2026
50
Police officer corruption : আৰক্ষী বিষয়াৰ সম্পত্তিৰ পাহাৰ; ৩০০ কোটিৰ সম্পত্তি, দুখন ৰাজ্যত কেইবাটাও বাংলো, ফ্লেট আৰু ৰিজ’ৰ্ট
National-International

Police officer corruption : আৰক্ষী বিষয়াৰ সম্পত্তিৰ পাহাৰ; ৩০০ কোটিৰ সম্পত্তি, দুখন ৰাজ্যত কেইবাটাও বাংলো, ফ্লেট আৰু ৰিজ’ৰ্ট

by News Desk
July 7, 2026
50
Microsoft : মাইক্ৰ’ছফ্টত পুনৰ ৪,৮০০ কৰ্মীক অব্যাহতি
National-International

Microsoft : মাইক্ৰ’ছফ্টত পুনৰ ৪,৮০০ কৰ্মীক অব্যাহতি

by News Desk
July 7, 2026
50
PM Modi : ইণ্ডোনেছিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে কেইবাটাও চুক্তি স্বাক্ষৰিত
National-International

PM Modi : ইণ্ডোনেছিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে কেইবাটাও চুক্তি স্বাক্ষৰিত

by News Desk
July 7, 2026
50
Hamas : নিশ্চিহ্ন হৈ যাব হামাছ, কঠোৰ সতৰ্কবাণী জাৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
National-International

Hamas I  দুটা দশকৰ শাসনৰ অন্ত, গাজাৰ শাসন ত্যাগ হামাছৰ

by Staff Reporter
July 7, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

FIFA Trump controversy I ট্ৰাম্পে ফোন কৰাটো স্বীকাৰ ফিফাৰ সভাপতিৰ, ৰঙা কাৰ্ড বিতৰ্ক সন্দৰ্ভতো ব্যাখ্যা

by Staff Reporter
July 7, 2026
50
ADVERTISEMENT
Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’
Social Media

Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

July 7, 2026
50
Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা
National-International

Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা

July 7, 2026
50
Police officer corruption : আৰক্ষী বিষয়াৰ সম্পত্তিৰ পাহাৰ; ৩০০ কোটিৰ সম্পত্তি, দুখন ৰাজ্যত কেইবাটাও বাংলো, ফ্লেট আৰু ৰিজ’ৰ্ট
National-International

Police officer corruption : আৰক্ষী বিষয়াৰ সম্পত্তিৰ পাহাৰ; ৩০০ কোটিৰ সম্পত্তি, দুখন ৰাজ্যত কেইবাটাও বাংলো, ফ্লেট আৰু ৰিজ’ৰ্ট

July 7, 2026
50
Microsoft : মাইক্ৰ’ছফ্টত পুনৰ ৪,৮০০ কৰ্মীক অব্যাহতি
National-International

Microsoft : মাইক্ৰ’ছফ্টত পুনৰ ৪,৮০০ কৰ্মীক অব্যাহতি

July 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

July 7, 2026
Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা

Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা

July 7, 2026
Police officer corruption : আৰক্ষী বিষয়াৰ সম্পত্তিৰ পাহাৰ; ৩০০ কোটিৰ সম্পত্তি, দুখন ৰাজ্যত কেইবাটাও বাংলো, ফ্লেট আৰু ৰিজ’ৰ্ট

Police officer corruption : আৰক্ষী বিষয়াৰ সম্পত্তিৰ পাহাৰ; ৩০০ কোটিৰ সম্পত্তি, দুখন ৰাজ্যত কেইবাটাও বাংলো, ফ্লেট আৰু ৰিজ’ৰ্ট

July 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx