ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Iran war । কোনে আৰম্ভ কৰিছিল যুদ্ধ? বিশ্ব সংকটৰ মাজত প্ৰশ্নৰ সন্মুখীন ট্ৰাম্প

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 24, 2026
Reading Time: 1 min read
A A
0
Iran Air attack : ছৌদিৰ বিমান ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণ ইৰাণৰ : পাঁচখন আমেৰিকান সামৰিক বিমান গুলীয়াই ভূপতিত

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

ইজৰাইল – আমেৰিকা আৰু ইৰাণৰ মাজৰ (Iran War) সংঘাতে চতুৰ্থ সপ্তাহত ভৰি দিয়াৰ লগে লগে বিভ্ৰান্তি বাঢ়িছে। ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যুদ্ধলৈ যোৱাৰ সিদ্ধান্তৰ নতুন ব্যাখ্যা আগবঢ়াইছে।
Iran war ।
কোনে আৰম্ভ কৰিছিল যুদ্ধ? বিশ্ব সংকটৰ মাজত প্ৰশ্নৰ সন্মুখীন ট্ৰাম্প:

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ মন্তব্যক কেন্দ্ৰ কৰি কেইবাটাও প্ৰশ্ন উত্থাপিত হৈছে। সোমবাৰে টেনেচিত অনুষ্ঠিত এক ঘূৰণীয়া মেজমেলত ট্ৰাম্পে যুদ্ধ আৰম্ভ কৰাৰ দায়িত্ব সম্পূৰ্ণৰূপে নিজৰ চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ ওপৰত অৰ্পণ কৰে।

তেওঁৰ দাবী যে সামৰিক ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্তৰ বিষয়ে প্ৰথমে মাত মাতিছিল প্ৰতিৰক্ষা সচিব পিট হেছাণ্টে। কাষত বহি ট্ৰাম্পে কয়, “পিট, মই ভাবোঁ তুমিয়েই প্ৰথমে কৈছিলা, আমি এইটো কৰিব লাগিব, আমি তেওঁলোকক পাৰমাণৱিক অস্ত্ৰ লাভ কৰিবলৈ দিব নোৱাৰো।”

এই যুদ্ধৰ কেইবাটাও কাৰণ ইতিমধ্যে প্ৰশাসনে দাঙি ধৰিছে। ইয়াৰ ভিতৰত ট্ৰাম্পৰ মন্তব্যই নতুন বিতৰ্কৰ সূচনা কৰিছে। বিশেষজ্ঞসকলৰ মতে, যুদ্ধৰ কাৰণ সন্দৰ্ভত আমেৰিকা প্ৰশাসনৰ ভিতৰত মতানৈক্যৰ সৃষ্টি হৈছে। প্ৰতিজন ব্যক্তিয়ে এই সংঘাতৰ কাৰণ কি সেই বিষয়ে মন্তব্য কৰি আছে।

প্ৰশাসনৰ এটা অংশই দাবী কৰে যে যিহেতু ইজৰাইলে যিকোনো সময়তে আক্ৰমণ কৰিব পাৰিলেহেঁতেন, গতিকে আমেৰিকা জড়িত থকাটো প্ৰায় অনিবাৰ্য আছিল। আন এটা অংশৰ মতে ইৰাণে প্ৰায় পাৰমাণৱিক অস্ত্ৰ নিয়োগৰ সীমাত উপনীত হৈছিল।

আনহাতে, ড’নাল্ড ট্ৰাম্পে নিজেই যুদ্ধৰ নিৰ্ণায়ক মুহূৰ্তৰ বিষয়ে বেলেগ বৰ্ণনা দিছে। তেওঁ কয়, “মই পিটক ফোন কৰিলোঁ, মই জেনেৰেল কেইনক ফোন কৰিলোঁ আৰু বহুতকে কৰিলোঁ। আমি ভাবিলোঁ, মধ্যপ্ৰাচ্যত এটা ডাঙৰ সমস্যা আছে। আমি হয় মনে মনে থাকিব পাৰো, নহয় আমি এই সমস্যাটো সমাধান কৰিব পাৰো।”

বিগত কিছুদিনৰ চৰম উত্তেজনাৰ পিছত সোমবাৰে আমেৰিকা-ইৰাণৰ সংঘাতে নাটকীয় ৰূপ ধাৰণ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ইৰাণৰ বিদ্যুৎ কেন্দ্ৰ আৰু শক্তি আন্তঃগাঁথনিৰ ওপৰত পৰিকল্পিত সকলো সামৰিক আক্ৰমণ সম্প্ৰতি স্থগিত ৰখাৰ নিৰ্দেশ দিছে।

ট্ৰাম্পে দাবী কৰিছে যে আমেৰিকাই তেহৰাণৰ সৈতে “গভীৰ আৰু গঠনমূলক” আলোচনাত মিলিত হৈছে, যাৰ লক্ষ্য হৈছে মধ্যপ্ৰাচ্যত দীৰ্ঘদিনীয়া শত্ৰুতা শেষ কৰা। অৱশ্যে ইৰাণে ৱাশ্বিংটনৰ এই দাবীক নাকচ কৰি আমেৰিকা “পিছুৱাই যোৱা” বুলি উল্লেখ কৰিছে।

Tags: কোনে আৰম্ভ কৰিছিল যুদ্ধ?প্ৰশ্নৰ সন্মুখীন ট্ৰাম্পবিশ্ব সংকটৰ মাজত
Share4Tweet3Send

Related Posts

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

by News Desk
July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

by News Desk
July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

by News Desk
July 4, 2026
50
Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০
National-International

Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

by News Desk
July 4, 2026
50
Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই
National-International

Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই

by News Desk
July 4, 2026
50
PM Modi : বৃহত্তম শক্তি সংকটৰ সফলতাৰে মোকাবিলা কৰিছে : ৰাজস্থানত ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে
National-International

PM Modi : বৃহত্তম শক্তি সংকটৰ সফলতাৰে মোকাবিলা কৰিছে : ৰাজস্থানত ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে

by News Desk
July 4, 2026
50
ADVERTISEMENT
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx